এনেকৈয়ে পোতক তুলিলে ৱিনেশ ফ’গাটে! বিজেপিৰ অহংকাৰ চূৰ্ণ কৰি অলিম্পিকত জিলিকিল ব্ৰীজভূষণৰ নিৰ্যাতনৰ বলি হোৱা মল্লযুঁজাৰু
প্ৰথমে ব্ৰীজভূষণৰ নিৰ্যাতন! তাৰপিছত ন্যায় বিচাৰিবলৈ গৈ দিল্লীৰ ৰাজপথত সেনা-আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈছিল দেশৰ মহিলা মল্লযুজাৰু ৱিনেশ ফ’গাট। এই ৱিনেশ...











