ৱায়নাডৰ ভূমিস্খলনত আক্ৰান্তলৈ সহায়ৰ হাত :মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে কেৰালাৰ CPI(M) ৰ বিধায়ক সকলে
ভূমিস্খলনত ক্ষতিগ্ৰস্ত কৰ্ণাটকৰ ৱায়নাডৰ লোকসকললৈ পুঁজি আগবঢ়ালে কেৰালাৰ চিপিআই(এম) দলৰ বিধায়ক সকলে। কেৰালাৰ চিপিআই(এম) সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়াইছে কৰ্ণাটকৰ...











