অভিযন্তাই ট্ৰাংকৰ পৰা চুৰি কৰিছিল প্ৰশ্নকাকত! নিটৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ চিবিআইৰ
ইতিমধ্যে নিটৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ অন্তত চিবিআইয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়া চিবিআইয়ে এজন অভিযন্তাক বিষয়টোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।...











