ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে
শ্লীলতাহানিৰ গোচৰত জড়িত হৈছিল তেওঁৰ নাম। তেওঁৰ বাগদত্তাইও প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশেষত পৃথ্বী শ্ব’ৰ এংগেজমেণ্ট ভাঙি গ’ল। বৃহস্পতিবাৰে ক্ৰিকেটাৰগৰাকীৰ...











