ৰামদেৱৰ পতঞ্জলিক সকীয়নি উচ্চতম ন্যায়ালয়ৰ : প্ৰতিটো সামগ্ৰীৰ বাবে ভৰিব লাগিব ১ কোটি টকাকৈ জৰিমণা
উচ্চতম ন্যায়ালয়ে সকীয়নি প্ৰদান কৰিছে পতঞ্জলীৰ স্বতাধিকাৰ বাবা ৰামদেৱক। আয়ুৰ্বেদৰ গৱেষণাৰ ভিত্তিত সামগ্ৰী প্ৰস্তুতৰ নামত বিজ্ঞাপনত বিভিন্ন ৰোগ নিৰাময়ৰ মিছা...











