নামভৰ্ত্তিৰ ধন বিদ্যালয়ক ওভতাই নিদি চৰকাৰী শিক্ষানুষ্ঠান ধ্বংসৰ আখৰা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া প্ৰায় পঞ্চাশ কোটি টকাৰ এটকাও লাভ নকৰা বিষয়টোত আম আদমি পাৰ্টীয়ে...











