গোৱালপাৰাত অগ্নিদগ্ধ হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ : পথৰ দুৰাৱস্থাৰ বাবে সময়ত আহি নাপালে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী
গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শনিবাৰে নিশা গোৱালপাৰাত এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ জীৱন্তে জাহ...











