গণিতত ৫১, সমাজ বিজ্ঞানত ৮১! IPL-ৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট
আইপিএল-২০২৩ আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীৰ ভাইৰেল দশম শ্ৰেণীৰ মাৰ্কশ্বীটে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। স্কুলীয়া ছাত্ৰ হিচাপে তাৰকা ক্ৰিকেটাৰসকল...











