“নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে অব্যাহত থাকিব যুঁজ”: নিজ দলৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিলে বৰুণ গান্ধীয়ে
কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ ক্ষোভ উজাৰিছে দলটোৰে নেতা তথা সাংসদ বৰুণ গান্ধীয়ে। দেওবাৰে এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ...










