’এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ‘, চিকিৎসালয়ৰ পৰা ওলাই সাংবাদিকক ক’লে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে
’মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে’, এই মন্তব্য পশ্চিমবংগৰ অপসাৰিত মন্ত্ৰী পার্থ চেটার্জীৰ৷ আজি স্বাস্থ্য পৰীক্ষ্ষাৰ বাবে চিকিৎসালয়লৈ অনাৰ সময়তে...









