• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধক কেন্দ্ৰ কৰি উত্তপ্ত হাফলং: দুটা ফৈদৰ সংঘৰ্ষৰ ফলত আহত বন্ধ সমৰ্থনকাৰী

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , February 6, 2020 3:13 pm

1 min read

IMG20200206115757

ফটো : নৰ্থইষ্ট নাও

864
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিজেনাছ পিপুলচ ফ’ৰামৰ ১২ ঘন্টীয়া বন্ধক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে হাফলঙত বন্ধ সমৰ্থক আৰু বন্ধৰ বিৰোধিতা কৰা দুটা ফৈদৰ মাজত হাফলং চিনেমা হ’লৰ সম্মুখত মাৰপিটৰ ঘটনা সংঘটিত হয়।

এই ঘটনাৰ ফলত বন্ধ সমৰ্থনকাৰী আহত হয়। অবশ্যে ঘটনাৰ লগে লগে অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈ আৰু উপ আৰক্ষী অধীক্ষক এছ কে মৰাঙৰ নেতৃত্বত আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাৰ পাছতে অতিৰিক্ত জিলা উপায়ুক্ত ধ্রুবজ্যোতি দেব আহি ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ পৰে।

ইপিনে, ঘটনাৰ কিছু সময়য়ৰ পাছত হাফলং চিনেমা হ’লৰ সম্মুখত ঘটনাস্থলীত আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ উপস্থিত হৈ ঘটনাৰ বুজ লয়।

উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে এন চি হিলছ ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধৰ ঘোষণা কৰিছিল।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd