জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত আৰক্ষী বিষয়া: খেতিপথাৰত উদ্ধাৰ মৃতদেহ
জম্মু-কাশ্মীৰত অব্যাহত আছে অশান্তজৰ্জৰ পৰিস্থিতিৰ। উপত্যকাটোত ধাৰাবাহিকভাৱে সেনা-আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সমানে সন্ত্ৰাসবাদী গোটসমূহৰ কাৰ্যকলাপো বৃদ্ধি পাইছে। শেহতীয়া কিছুদিন ধৰি...











