সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী
পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ড০ সুব্ৰমনিয়াম স্বামী। প্ৰায়ে প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বিৰোধিতা কৰি...











