Latest News

Barpeta Municipality.png final

বৰপেটা পৌৰসভা গঠনত হৰ্ছ ট্ৰেডিঙৰ আশংকা; অধিক আসন লাভ কৰিও শংকিত অগপ!

সঁচাকৈয়ে হৰ্ছ ট্ৰেডিং হব নেকি বৰপেটা পৌৰসভা গঠনত! এই আশংকা ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা...

WhatsApp Image 2022-03-10 at 4.09.26 PM

পঞ্জাৱ বিধানসভা নিৰ্বাচন: ৰণত পৰিল দুই হাইপ্ৰফাইল নেতা অমৰিন্দৰ সিং, চৰণজিৎ সিং চন্নী

পঞ্জাৱত প্ৰায় নিশ্চিত হৈছে আম আদমী পাৰ্টীৰ বিজয়। বৰ্তমানলৈকে ৯১ খন আসনত আগবাঢ়ি থকা আপে। পঞ্জাৱৰ আন ৰাজনৈতিক দলসমূহক প্ৰায়...

WhatsApp Image 2022-03-10 at 3.28.10 PM

চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

পঞ্জাৱৰ কোনো চৰকাৰী কাৰ্যালয়তে আৰু মুখ্যমন্ত্ৰীৰ ফটো আঁৰি ৰখা নহ’ব। বৃহস্পতিবাৰে বিজয় স্পষ্ট হোৱাৰ পিছতে ৰাইজৰ  সন্মুখত এইকথা ঘোষণা কৰে...

Videoframe_20220309_195209_com.huawei.himovie.overseas

লিডুত আৰক্ষী-সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান; মালো পাহাৰত চীনত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ

মাৰ্ঘেৰিটা মহকুমাত উগ্ৰপন্থী বিৰোধী অভিযানত বৃহৎপৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে। অসম আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত লিডু মালো পাহাৰত বুধাবাৰে...

274351554_669030184545836_1603234294337770055_n

যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ; ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা উদ্ধাৰ খাৰকিভ-ডেৰহাচি!

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এপষেকত ভৰি দিলে।ৰাছিয়াৰ সামৰিক অভিযানত ইউক্ৰেইৰ এখনৰ পিছত আন এখন চহৰ বিধ্বস্ত হৈ পৰিছে। তাৰমাজতে প্ৰত্যাক্ৰমণ চলাইছে কীয়েভে।...

Page 6077 of 15275 1 … 6,076 6,077 6,078 … 15,275

Recommended

Most Popular