প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাজিত কৰা বিজেপিৰ প্ৰথম সাংসদ জংগা ৰেড্ডীৰ মৃত্যু
দেশৰ প্ৰথম দুগৰাকী বিজেপি সাংসদৰ অন্যতম চেন্দুপাটলা জংগা ৰেড্ডীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। বাৰ্দ্ধক্যজনিত ৰোগত শনিবাৰে পুৱা মৃত্যু ঘটা ৰেড্ডীৰ মৃত্যুৰ সময়ত তেওঁৰ...











