DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা জাষ্টিন লেংগাৰৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2022 11:11 am
justin-langer

জাষ্টিন লেংগাৰ।

98
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে জাষ্টিন লেংগাৰে। শনিবাৰে লেংগাৰৰ মেনেজমেন্ট সংস্থাৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে।

ডাইনেমিক স্প’ৰ্টছ এণ্ড এন্টাৰটেইনমেন্ট গ্ৰুপে টুইট কৰি জনায়,’’আমাৰ ক্লায়েন্ট জাষ্টিন লেংগাৰে আজি পুৱাই অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছে।‘’

তেওঁলোকে লগতে লিখিছে,’’ শুকুৰবাৰে  সন্ধিয়া ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সৈতে অনুষ্ঠিত বৈঠকৰ পিছত এই পদত্যাগৰ সিদ্ধান্ত লোৱা হয়। শীঘ্ৰেই পদত্যাগ কাৰ্যকৰী হ’ব।‘’

লগতে পঢ়ক: জুকাৰবাৰ্গৰ বেয়া দিন! ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি 

জানিব পৰা মতে, শুকুৰবাৰে অনুষ্ঠিত দীঘলীয়া বৈঠকৰ পিছত লেংগাৰৰ ভৱিষ্যত অনিশ্চিত হৈ পৰে। তেওঁ ২০১৮চনত দক্ষিণ আফ্ৰিকাত বল টেম্পাৰিং কেলেংকাৰীৰ পিছত এই পদ গ্ৰহণ কৰিছিল। চলিত বছৰতে তেওঁৰ চুক্তিৰ ম্যাদ শেষ হোৱাৰ কথা আছিল।

DSEG confirms that our
client Justin Langer has this morning tendered his resignation as coach of the Australian mens cricket team.
The resignation follows a meeting with Cricket Australia last evening. The resignation is effective immediately.

— DSEG (@DSEGWorldwide) February 5, 2022

লেংগাৰৰ কাৰ্যকালতে ২০২১-২২বৰ্ষৰ এছেজ শৃংখলাত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৪-০ ব্যধানত পৰাজিত কৰিছে।

ইপিনে, ১১ ফেব্ৰুৱাৰীৰ পৰা পাঁচখন টী-২০ মেচ ছিৰিজৰ পৰা অষ্ট্ৰেলিয়ালৈ আহিব শ্ৰীলংকা। তাৰ পাছতে মাৰ্চত তিনিখন টেষ্ট, তিনিখন এদিনীয়া আৰু এখন টী-২০ মেচৰ সূচীলৈ পাকিস্তান ভ্ৰমণলৈ যাব অষ্ট্ৰেলিয়া দলটো।

উল্লেখ্য যে ২৪বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে প্ৰথমবাৰ পাকিস্তানত চিৰিজ খেলিব।  

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd