নিৰ্বাচনী দায়িত্বত ১৬০০ বনৰক্ষীক নিয়োগৰ চৰকাৰী নিৰ্দেশক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী পৰিৱেশকৰ্মীৰ
আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বনৰক্ষীসকলক নিৰ্বাচনী দায়িত্বত নিয়োগ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ প্ৰাক্তন আমোলা আৰু পৰিৱেশ...











