• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুদিনীয়া আৰক্ষী জিম্মাৰ অন্তত পুনৰ ডিব্ৰুগড়ৰ কাৰাগাৰলৈ প্ৰেৰণ অমৃতপাল সিঙক

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:53 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী তথা খডুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক দুদিনীয়া আৰক্ষী জিম্মাৰ অন্তত আজি পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ডিব্ৰুগড় আৰক্ষী থানাত জেৰা সমাপ্ত হোৱাৰ পিছত ২৫ এপ্ৰিলত তেওঁক পুনৰ জেললৈ লৈ যোৱা হয়।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা আটকৰ ম্যাদ ওকলাৰ পিছত পঞ্জাৱ আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিছিল আৰু শুকুৰবাৰে তেওঁক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হয়।

Apply Now

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড়ৰ কাৰাগাৰৰ ভিতৰত থকা এনএছএ চেলৰ পৰা কিছুমান অননুমোদিত ইলেক্ট্ৰনিক যন্ত্ৰ উদ্ধাৰ হোৱাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিতেই ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়াৰ আদালতত অমৃতপাল সিঙৰ শুনানি গ্ৰহণ কৰা হয়।

আৰক্ষী থানাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত সিঙক আদালতত হাজিৰ কৰোৱাৰ লগতে তেওঁৰ ৯ জন সহযোগীকো গোবিন্দৱাল, ভাতিন্দা আৰু পাটিয়ালা জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হয়।

কাৰাগাৰৰ দৰে উচ্চ নিৰাপত্তাৰ মাজতো কেনেকৈ এই যোগাযোগ যন্ত্ৰসমূহ ব্যৱহাৰ কৰা হৈছিল সেই লৈ কাৰাগাৰৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ্য যে ২০২৩ চনত পঞ্জাৱ আৰক্ষীৰ বিশেষ অভিযানৰ সময়ত অমৃতপাল সিঙক এনএছএৰ অধীনত আটক কৰি ডিব্ৰুগড় জেললৈ অনা হৈছিল। শেহতীয়াকৈ তেওঁৰ তিনি বছৰীয়া কাৰাবাসৰ সময়সীমা শেষ হোৱাৰ বাবে পঞ্জাৱ আৰক্ষীয়ে পুৰণি গোচৰৰ ভিত্তিত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আগবঢ়াই নিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd