• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 8:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিচত বিতাড়িত হোৱা ৬২ বছৰীয়া এগৰাকী মহিলাক পাকিস্তানলৈ পঠিয়াবলৈ দিয়া নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ে যুক্তি আগবঢ়াইছে যে বিদেশী নাগৰিকক বিতাড়ন কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তত ন্যায়পালিকাই হস্তক্ষেপ কৰা অনুচিত।

মন্ত্ৰালয়ে কয়, আদালতে ভাৰতৰ সীমাৰ বাহিৰত বলবৎ হ’বলগীয়া কোনো সিদ্ধান্ত ল’ব নালাগে, কাৰণ এই ধৰণৰ পদক্ষেপ সংবিধানৰ বিপৰীত আৰু যুক্তিহীন। তেওঁলোকে স্পষ্ট কৰে যে, ৰখশন্দ ৰছিদ নামৰ মহিলাগৰাকীক পাকিস্তানে পুনৰ গ্ৰহণ নকৰিলে ভাৰতে তেওঁৰ বিতাড়নৰ সিদ্ধান্ত বলবৎ কৰিব নোৱাৰে।

Apply Now

গৃহ মন্ত্ৰালয়ে এই বিষয়ে গুৰুত্ব আৰোপ কৰি কয় যে আদালতে সুশাসন আৰু সংবিধানিক কাঠামো ৰক্ষাৰ স্বার্থত নিজৰ কৰ্তৃত্বৰ সীমা মানি চলিব লাগিব। তেওঁলোকে সকীয়াই দিয়ে যে এই ধৰণৰ সিদ্ধান্তই ভবিষ্যতলৈ এক সমস্যাজনক নজিৰ স্থাপন কৰিব পাৰে।

উল্লেখযোগ্য যে ৰখশন্দ ৰছিদ ৩৮ বছৰৰ পৰা ভাৰতত বাস কৰি আছে, এগৰাকী ভাৰতীয় নাগৰিকৰ পত্নী আৰু তেওঁৰ দীৰ্ঘম্যাদী ভিছা আছিল, যাৰ নবীকৰণৰ দিন আছিল। কিন্তু পহলগামৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিচত ভাৰত চৰকাৰে সকলো পাকিস্তানী নাগৰিকক নিৰ্দিষ্ট সময়ৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে। যদিও এই আদেশত দীৰ্ঘম্যাদী ভিছাধাৰী বা ভাৰতীয় নাগৰিকৰ পত্নীসকলক ৰেহাই দিয়া হৈছিল।

গৃহ মন্ত্ৰালয়ে স্পষ্টকৈ কয় যে ভাৰতীয় নাগৰিকক বিয়া কৰাই স্বয়ংক্ৰিয়ভাৱে ভাৰতত থকাৰ অধিকাৰ প্রদান নকৰে। তেওঁলোকে পুনৰ জোৰ দি কয় যে বিদেশী নাগৰিকসকলৰ অধিকাৰ ভাৰতীয় নাগৰিকৰ দৰে নহয়, আৰু তেওঁলোকৰ উপস্থিতি প্ৰব্ৰজন নীতি আৰু আইন অনুসৰি নিয়ন্ত্ৰিত হয়।

মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে আদালতৰ এই ধৰণৰ সিদ্ধান্তই অন্যান্য বিদেশীকো ভাৰতত থকাৰ অধিকাৰ দাবী কৰিবলৈ উৎসাহিত কৰিব পাৰে, যাৰ ফলত দেশৰ অনুপ্ৰৱেশ নীতি আৰু চৰকাৰী কৰ্তৃত্বৰ কাঠামোত বিঘ্ন ঘটিব পাৰে।

সেয়ে, গৃহ মন্ত্ৰালয়ে অভিযোগ তোলে যে আদালতে বৈদেশিক সম্পৰ্ক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে বিষয়ত হস্তক্ষেপ কৰি নিজৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd