DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বোকাখাতত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধকৰ নামত হোমিঅ’পেথিক চিকিৎসকৰ ব্যৱসায়

উত্তম শইকীয়া by উত্তম শইকীয়া
March 20, 2020 6:18 pm
বোকাখাতত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধকৰ নামত হোমিঅ’পেথিক চিকিৎসকৰ ব্যৱসায়
15.3k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত সাধাৰণ মানুহক ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ নামত আভুৱা ভৰি ধন ঘটি অহা অমৃত নাথ নামৰ এজন হোমিঅ’পেথিক চিকিৎসকৰ চেম্বাৰত বৃহস্পতিবাৰে বোকাখাত মহকুমা প্ৰশাসনে অতৰ্কিত তালাচী চলায়।

জানিব পৰা মতে এইগৰাকী স্বয়ম্ভূ হোমিঅ’ চিকিৎসকে নগৰখনৰ ডিফলু পথত থকা চেম্বাৰত দীৰ্ঘ দিনৰ পৰা বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰি অহাৰ লগতে শেহতীয়াকৈ ক’ৰ’না ভাইৰাচৰ প্ৰতিষেধক প্ৰদান কৰিছিল।

প্ৰশাসনৰ তালাচী কালত চিকিৎসকজনে ক’ৰ’না ভাইৰাচৰ প্ৰতিষেধক হিচাবে মানুহক আৰ্চেনিক এলবাম ৩০ প্ৰদান কৰি অহাৰ কথা স্বীকাৰ কৰে।

উল্লেখযোগ্য যে অমৃত নাথে কলকাতাৰ ইনষ্টিটিউট অৱ অল্টাৰনেটিভ মেডিচিনৰ পৰা ইলেক্ট্ৰ’ হোমিঅ’পেথিকৰ চাৰ্টিফিকেট পাঠ্যক্ৰম সম্পন্ন কৰিছিল যদিও হোমিঅ’পেথি কেন্দ্ৰীয় কাউঞ্চিলৰ অধীনত হোমিঅ’পেথিক চিকিৎসকৰ বাবে কৰিব লগা পঞ্জীয়ন নকৰাকৈয়ে সুদীৰ্ঘ দিন মানুহক চিকিৎসা প্ৰদান কৰি আহিছিল।

ইয়াৰ উপৰি অমৃত নাথে প্ৰেচক্ৰিপচন নিদিয়াকৈয়ে দীৰ্ঘদিন ধৰি ৰোগীক ঔষধ প্ৰদান কৰি আহিছিল। বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চলোৱা তদন্তৰ পাছত এই সকলো কথা পোহৰলৈ আহে, ফলত প্ৰশাসনে তেওঁক পঞ্জীয়ন নোহোৱা পৰ্যন্ত ৰোগীক চিকিৎসা প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছে।

Recent News

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Indian first K-pop artist

দেশৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী ৰূপে স্বীকৃতি পালে উৰিষ্যাৰ যুৱতীয়ে

IAS officer dog walking row

সুশাসনৰ যোগ্য নহয় নেকি অৰুণাচল-লাডাখ?: প্ৰশাসনিক বিষয়াক লাডাখ-অৰুণাচললৈ শাস্তিমূলক বদলিত ক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd