• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Honda Monkey: নতুন বাইক ১২৫ চিচিৰ হোণ্ডা মাংকি মুকলি; চেহেৰা দেখি লাগিব ভেল্কি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2023 10:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় বজাৰত অতি জনপ্ৰিয় বাইক হোণ্ডা মাংকি (Honda Moneky)। জাপানীসকলে এই সৰু চেহেৰাৰ বাইকখন বৰ পছন্দ কৰে। এই মটৰ চাইকেলখন এছিয়াৰ বহু দেশত বিক্ৰী হয়। ইয়াৰ লাইটনিং এডিছন মুকলি কৰিছে কোম্পানীটোৱে। ইয়াৰ ইঞ্জিন ১২৫ চিচিৰ। লগতে আছে ঘূৰণীয়া হেডলাইট আৰু পেশীবহুল ৰূপ। সদ্যহতে থাইলেণ্ডত মুকলি কৰা হৈছে বাইকখন।

কোম্পানীটোৱে থাইলেণ্ডত মুকলি কৰিছে হোণ্ডা মাংকি ১২৫। এই সংস্কৰণত নতুন ৰং আৰু গ্রাফিক্স যোগ কৰা হৈছে। যাৰ বাবে বাইকখনৰ দামতো প্ৰভাৱ পৰিছে। ভাৰতীয় মুদ্ৰাত হোণ্ডা মাংকি লাইটনিং এডিচনৰ মূল্য প্ৰায় ২.৫৯ লাখ টকা। ইয়াৰ ষ্টেণ্ডাৰ্ড ভেৰিয়েন্টৰ মূল্য ২.৩৮ লাখ টকা।

Apply Now

এই বাইকখনৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হ’ল গ্লছি ফিনিচিঙৰ সৈতে হালধীয়া ৰঙৰ শ্বেড। বাইকখনৰ ৰঙৰ থিম ইমানেই উজ্জ্বল যে দূৰৰ পৰা চালেই বুজিব যে সন্মুখৰ পৰা হোণ্ডা মাংকি আহি আছে। এই বাইকখনৰ আন হাৰ্ডৱেৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ইউএছডি ফৰ্ক, চাইড পেনেল, ছুইংআৰ্ম, টুইন ৰিয়াৰ শ্বক ইত্যাদি।

ফিচাৰ্ছসমূহৰ ভিতৰত আছে ঘূৰণীয়া হেডলেম্প, ইনষ্ট্ৰুমেণ্ট কনছ’ল, টাৰ্ণ ইনডিকেটৰ, ৰিয়াৰ টেইল লেম্প সকলো ক্ৰ’ম ডিজাইনত। দুয়োটা চকাতে চিংগল চেনেল এণ্টি লক ব্ৰেকিং চিষ্টেমৰ সৈতে ডিস্ক ব্ৰেক আছে। ইঞ্জিনৰ ক্ষেত্ৰত ইয়াৰ ১২৫ চিচি একক চিলিণ্ডাৰ ইঞ্জিন আছে যিয়ে সৰ্বাধিক ৯.২ ব্ৰেক হৰ্চপাৱাৰ আৰু ১১ এন এম টৰ্ক উৎপন্ন কৰে। লগতে আছে ৫ স্পীড গিয়াৰবক্সৰ।

আপুনি জানি আচৰিত হ’ব, এই বাইকখনৰ বাস্তৱ জগতৰ মাইলেজ পৰীক্ষাত দেখা গৈছে যে হোণ্ডা মাংকিয়ে প্ৰতি লিটাৰত ৭০.৫ কিলোমিটাৰ মাইলেজ দিয়ে। যিটো ভাৰতৰ হিৰো স্প্লেণ্ডাৰ আৰু হোণ্ডা চাইন বাইকতকৈও বেছি। বাইকখনৰ ফিউৱেল টেংকৰ ক্ষমতা ৫.৬ লিটাৰ।

বহুতে হয়তো ভাবিব পাৰে যে এই বাইক ভাৰতত মুকলি কৰা হব নে? যদিও এই দেশত হোণ্ডা মাংকি লঞ্চ নকৰাৰ কোনো কাৰণ নাই, ভাৰতত এই মুহূৰ্তত এই বাইক লঞ্চ হোৱাৰ সম্ভাৱনা অতি কম। কাৰণ হোণ্ডাই এই ধৰণৰ বাইক ভাৰতত আগতে কেতিয়াও অনা নাই।

হোণ্ডাই দেশত অধিক সৰবৰহী মটৰ চাইকেল আৰু দামী ট্ৰেভেল বাইকেই বিক্ৰী কৰে। যেনে ২০২৩ চনত মুকলি হোৱা নতুন হোণ্ডা চাইন ১০০ আৰু চিবি ৩৫০ কেফে ৰেচাৰ। কিন্তু এই ষ্টাইলৰ বাইক মুকলি কৰা হোৱা নাই। অৱশ্যে আশা কৰিব পাৰি যে এদিন এই মটৰ চাইকেলখনো ভাৰততো মুকলি কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd