• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড! ক’ভিড ৰোগী চাইকেল মাৰি পালেগৈ ঘৰ; মাটিয়াত প্ৰতিক্ৰিয়া

নীলমনি শর্মা by নীলমনি শর্মা
May 1, 2021 7:49 am
Screenshot_2021-05-01-07-29-37-527_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও।

333
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড আক্ৰান্ত ৰোগীকলৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ ৷ এম্বুলেন্স অবিহনে ক’ভিড আক্ৰান্ত ৰোগীক চাইকেলেৰে পঠাই দিয়া হ’ল ঘৰলৈ। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিভ-১৯ৰ দ্বিতীয় লহৰে সংহাৰী ৰূপ লোৱাৰ মাজতে গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড আক্ৰান্ত ৰোগীক লৈ চৰম হেতালি খেলিছে স্বাস্থ্য বিভাগৰ ৷

মাটিয়া আদৰ্শ স্বাস্থ্যকেন্দ্ৰৰ পৰা এগৰাকী ষাঠি উৰ্ধৰ ক’ভিড পজিটিভ ৰোগীক এম্বুলেন্স অবিহনে চাইকেলেৰে পঠিয়াই দিয়া হ’ল ঘৰলৈ ৷

উল্লেখ্য যে, আজি মাটিয়া মজকুৰি গাঁৱৰ প্ৰভাত কলিতা নামৰ এগৰাকী ব্যক্তিয়ে সামান্য গা বেয়া হৈ থকাত চিকিৎসাৰ বাবে মাটিয়া আদৰ্শ স্বাস্থ্য কেন্দ্ৰলৈ চাইকেলেৰে আহিছিল ৷

চিকিৎসালয়খনত ৰেপিড এন্টিজেনট টেষ্টত পজিটিভ পোৱা যায় ব্যক্তি গৰাকীৰ ৷

পৰৱৰ্তী পৰ্যায়ত কোনো বিশেষ লক্ষণ নথকা ক’ভিড ৰোগী গৰাকীক হোম আইছ’লেশ্যনত ৰখাৰ সিদ্ধান্ত লৈ ঘৰলৈ যাব দিয়ে ৷

কিন্তু আশ্বৰ্য্যজনক কথাটো হ’ল ষাঠি উৰ্ধৰ ক’ভিড ৰোগী গৰাকীক এম্বুলেন্সৰ পৰিৱৰ্তে তেওঁ চলাই যোৱা চাইকেল খনৰে ঘৰলৈ যাবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই।

এনেদৰে অসুৰক্ষিত অৱস্থাত এগৰাকী ষাঠি উৰ্ধৰ ক’ভিড ৰোগীক ঘৰলৈ পঠিয়াই দিয়াত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আনহাতে, বৰ্তমানো ব্যক্তিগৰাকীৰ ঘৰত স্বাস্থ্য বিভাগৰ কোনো লোক উপস্থিত হৈ ক’ভিড নিৰ্দেশনা দিয়া নাই বুলি জনাইছে স্থানীয় লোকে ৷ ইয়াৰ লগতে বৰ্তমানলৈ পৰিয়ালৰ কোনো লোকক ক’ভিড পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd