• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণ যুদ্ধক লৈ আমেৰিকাৰ কংগ্ৰেছৰ নিম্ন সদনত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰস্তাৱ; পৰাজয়ৰ ভয়ত স্থগিত ভোটদান!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 8:37 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ যুদ্ধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ষমতা হ্ৰাস কৰাৰ বাবে আমেৰিকাৰ কংগ্ৰেছৰ নিম্ন সদনত এটা প্ৰস্তাৱ দাখিল কৰা হৈছিল। বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিয়ে দাখিল কৰা প্ৰস্তাৱটো পৰাজয়ৰ আশংকাত বাতিল কৰা হয়।

অনুমান কৰা হৈছে যে ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ কেইবাজনো সদস্যই ইয়াৰ বিৰুদ্ধে ভোট দিব পাৰে। এনে পৰিস্থিতিত দলটোৱে ইৰাণ যুদ্ধৰ সৈতে জড়িত ভোটদান বাতিল কৰে।

Apply Now

বাতৰি অনুসৰি,  এই প্ৰস্তাৱ প্ৰতিনিধি সদনত দাখিল কৰিছিল ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিনিধি গ্ৰেগৰী মিক্সে। যিগৰাকী সদনৰ বৈদেশিক সম্পৰ্ক সমিতিৰ সদস্য। কিন্তু ৰিপাব্লিকান পাৰ্টিৰ কেইবাজনো সদস্য সংসদত অনুপস্থিত থকাৰ বাবে এই ভোট সন্দৰ্ভত আপত্তি উত্থাপন হয়। কৰ্তৃপক্ষই সেই দাবী মানি লৈ ভোটদান পিছুৱাই দিয়ে।

এই ঘটনাক ডেম’ক্ৰেটসকলে ব্যাপক সমালোচনা কৰিছে। অভিযোগ উত্থাপন কৰা হৈছে যে, “ৰিপাব্লিকান নিয়ন্ত্ৰিত হাউছে ট্ৰাম্প প্ৰশাসনৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠানৰ দৰে আচৰণ কৰিছে।”

যৌথ বিবৃতিটোত কোৱা হৈছে যে, “ৰিপাব্লিকানসকলে কাপুৰুষৰ দৰে যুদ্ধ শক্তিৰ প্ৰস্তাৱৰ ওপৰত ভোটদাৱ প্ৰত্যাহাৰ কৰিছে। যদিহে ভোটদান কৰা হয় তেন্তে এই প্ৰস্তাৱ দ্বিপাক্ষিক সমৰ্থনত গৃহীত হ’লহেঁতেন আৰু ৰাষ্ট্ৰপতিক পশ্চিম এছিয়াৰ যুদ্ধ বন্ধ কৰিবলৈ বাধ্য কৰালেহেঁতেন।”

জানিব পৰা মতে জুন মাহত এই সন্দৰ্ভত ভোটদান হ’ব পাৰে। আমেৰিকাৰ সংবিধান অনুসৰি যদি যুদ্ধ আৰম্ভ হয় আৰু সেই যুদ্ধ চলি থাকিব লাগে তেন্তে ৬০ দিনৰ ভিতৰত ছিনেটৰ অনুমোদন বাধ্যতামূলক। অৱশ্যে ইৰাণ যুদ্ধত ট্ৰাম্পে কিছু প্ৰতাৰণা কৰিছিল। যদিও ২৮ ফেব্ৰুৱাৰীত ইৰাণক আক্ৰমণ কৰা হৈছিল, তথাপিও ২ মাৰ্চতহে এই বিষয়ে ছিনেটক জনোৱা হৈছিল। সেই অনুসৰি ৬০ দিনৰ সময়সীমা ১ মে’ত শেষ হয়। কিন্তু বৰ্তমান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি আছে।

 এই পৰিস্থিতিত নতুন যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ট্ৰাম্পক ছিনেটৰ অনুমোদনৰ প্ৰয়োজন। অৱশ্যে ট্ৰাম্পে ছিনেটৰ মুখামুখি হ’ব নিবিচাৰে বুলি বাতৰি ইতিমধ্যে চৰ্চালৈ আহিছে। ১০০ জনীয়া ছিনেটত ট্ৰাম্পৰ দলৰ চিনেটৰৰ সংখ্যা ৫৩ জন। ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্যৰ সংখ্যা ৪৭ জন যদিও ১০ জনতকৈ অধিক ৰিপাব্লিকান সাংসদে ট্ৰাম্পৰ ইৰাণ যুদ্ধৰ প্ৰত্যক্ষ বিৰোধিতা কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে এই পৰিস্থিতিত ছিনেটত ভোটৰ সন্মুখীন হোৱাৰ অৰ্থ হ’ল ট্ৰাম্পে হয়তো যুদ্ধ বন্ধ কৰাৰ পথত আগবাঢ়িব লাগিব। যিটো আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কোনো ধৰণে নিবিচাৰে।

ইফালে যুদ্ধ বন্ধ কৰাৰ বাবে আমেৰিকাই ইৰাণক যি প্ৰস্তাৱ দিছিল সেয়া নাকচ কৰা হৈছে। ইৰাণে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোকৰ হাতত থকা ইউৰেনিয়াম আমেৰিকাক গতাই দিয়া নহ’ব। ফলত ইৰাণৰ ওপৰত নতুনকৈ আক্ৰমণৰ সম্ভাৱনা বাঢ়িছে। এনে পৰিস্থিতিত ট্ৰাম্পে যুদ্ধ চলাবলৈ আমেৰিকাৰ কংগ্ৰেছৰ পৰা অনুমতি ল’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd