• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত তাপমাত্ৰা ৩৭ লৈ যোৱাৰ সম্ভাৱনা : চাওঁক গৰমত ল’বলগীয়া কেইটামান বিশেষ যতন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2019 7:41 pm
hot

গুৱাহাটীত গ্ৰীষ্মৰ দহন। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মৰ দহনে ক্ৰমে গুৱাহাটী মহানগৰবাসীক স্পৰ্শ কৰাৰ সময়তে বতৰৰ তাপমাত্ৰাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। এইবাৰ সোনকালেই তাপমাত্ৰা ৩৭ ডিগ্ৰীলৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। গৰমৰ এই দহনে স্বাভাৱিকতে আপোনাৰ শৰীৰত ডিহাইড্ৰেশ্যনৰ সৃষ্টি কৰিব পাৰে।

এনেধৰণে গ্ৰীষ্ম প্ৰবাহৰ ফলত শৰীৰ ৰ’দে পোৰা, শৰীৰ অৱশ হোৱা বা হিটষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে। হিটষ্ট্ৰ’ক জৰুৰীকালীন চিকিৎসাজনিত সমস্যা যাৰফলত আপোনাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ স্থায়ীভাৱে বিকল হৈ পৰিব পাৰে বা আনকি মৃত্য মুখলৈও ঠেলি দিব পাৰে।

Apply Now

শীঘ্ৰেই চিকিৎসা নকৰিলে গ্ৰীষ্মৰ দহনৰ ফলত শৰীৰৰ সমস্যা গভীৰ হৈ পৰিব পাৰে। গৰমৰ পৰা বাচি থাকিবলৈ গৰমৰ দিনত আগতীয়া পৰিকল্পনা আৰু গৰমত আক্ৰান্ত হ’লে কি কৰিব লাগে সেয়া জানি থোৱা ভাল।

গৰম বতৰে ডেকা আৰু স্বাস্থ্যৱান লোককে ধৰি যিকোনো লোককে আক্ৰান্ত কৰিব পাৰে। অৱশ্যে, কিছুমান লোকৰ আন লোকতকৈ বিপদৰ সম্ভাৱনা বেছি থাকে।

বিপদৰ সম্ভাৱনা থকা লোকসকলৰ ভিতৰত আছে ৬৫ বছৰ বয়সৰ লোক, বিশেষকৈ যিসকল অকলশৰীয়াকৈ বাস কৰে, ডায়েবেটিছ, কিডনি ৰোগ বা মানসিক অসুস্থতা থকা লোক আদি। তদুপৰি, বিভিন্ন ৰোগত ঔষধ সেৱন কৰি থকা লোকসকলেও সাৱধানতা অৱলম্বন কৰা উচিত।

অতিপাত গৰমৰ সময়ত, সেয়া কোনো গৰম দিনটোত বা গ্ৰীষ্ম প্ৰবাহৰ সময়ত মনত ৰাখিবলগীয়া কথাকেইটা হ’ল :-

  • সৰহকৈ বিশুদ্ধ পানী সেৱন কৰক, আনকি বেছি পিয়াহ নালাগিলেও সেয়া কৰক।
  • ভিজা গামোচা ব্যৱহাৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰাখক, ভৰি ঠাণ্ডা পানীত ডুবাই ৰাখক আৰু শীতল পানীৰে স্নান কৰক।
  • পৰ্দা টানি বা খিৰিকি বন্ধ ৰাখি ঘৰত সূৰ্যৰ তাপ প্ৰৱেশ বন্ধ কৰক।
  • শীতল বতাহ বলিলে খিৰিকি খুলি দিয়ক
  • দিনৰ অতিপাত গৰমৰ সময়ত সূৰ্যৰ তাপত বাহিৰত ওলোৱা বন্ধ কৰক। যদি বাহিৰ ওলাবলগীয়া হয়, টুপী পৰিধান কৰক আৰু ছানস্ক্ৰীণ লগাওক আৰু ছাঁ বিচাৰি জিৰাওক।
  • বাহিৰত ওলোৱাটো বাতিল কৰক বা স্থগিত ৰাখক। আপোনাৰ যদি যাবই লাগে তেতিয়াহ’লে ছাঁৰ আশ্ৰয় লওক আৰু লগত যথেষ্ট পৰিমানে খোৱা পানী ৰাখক।
  • পাতল ৰঙৰ, প্ৰাকৃতিক ফাইবাৰেৰে চিলাই কৰা ঢিলা কপাহী কাপোৰ বা তেনেধৰণৰ কাপোৰ পৰিধান কৰক।
  • কমকৈ সঘনাই খাদ্য খাওক আৰু খোৱাত চালাদৰ দৰে ঠাণ্ডা বস্তু খাওক।
  • খেলা-ধূলাকে ধৰি পৰিশ্ৰমী কাম বৰ্জন কৰক।
  • অত্যধিক গৰমৰ সময়ত অধিক তথ্য লাভ কৰিবলৈ বাতৰি চাওক বা শুনক।

সাধাৰণতে বয়সস্থ লোকক গৰমে সোনকালেই আক্ৰান্ত কৰে। গৰমৰ দিনত বয়সস্থ লোকৰ বিশেষ যতন ৰখা প্ৰয়োজন। অকলশৰীয়াকৈ থকা, ক্ৰ’নিক চিকিৎসাজনিত সমস্যা বা বিশেষ ৰোগত ভূগি থকা বয়সস্থ লোকসকল গৰমত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে।

গৰমৰ বতৰত কেচুঁৱা আৰু শিশুৰ প্ৰতি বিশেষভাৱে নজৰ ৰখা উচিত। সিহঁতক নিয়মিতভাৱে পানী সেৱন কৰোৱা, পাতল কাপোৰ পিন্ধোৱা আৰু শীতল পৰিৱেশত ৰখা দৰকাৰ। কেচুঁৱা বা শিশুক কেতিয়াও গাড়ীত অকলে এৰি থব নালাগে। পাৰ্কিং কৰি ৰখা গাড়ীৰ ভিতৰভাগ মিনিটৰ ভিতৰতে দুগুণ গৰম হৈ উঠে।

অত্যধিক গৰমৰ বাবে আপুনি নিজকে কেনেকৈ প্ৰস্তুত ৰাখিব :

  • খাদ্য সামগ্ৰী, পানী আৰু ঔষধ মজুত ৰাখক যাতে গৰমত বাহিৰলৈ ওলাই যাবলগীয়া নহয়। অত্যধিক গৰমৰ সময়ত আপোনাৰ ঔষধ যদি সলনি কৰিবলগীয়া থাকে তেনেহ’লে চিকিৎসকৰ ওচৰলৈ যাওক।
  • পৰামৰ্শ অনুসৰি ঔষধ পাতি নিৰ্দিষ্ট তাপমাত্ৰাত যতনাই ৰাখক।
  • ঘৰৰ ভিতৰভাগ শীতল কৰি ৰাখিবলৈ ফেন, এয়াৰ কণ্ডিশ্যনাৰ আদি সঠিক কৰি ৰাখক। সূৰ্যৰ তাপ যাতে প্ৰত্যক্ষভাৱে নপৰে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰক।
  • গৰমৰ সময়ত হঠাতে হ’ব পৰা স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ ফোন নম্বৰ লগত ৰাখক।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd