• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু কিমান দিনলৈ অৱহেলিত হৈ পৰি থাকিব অভিজাত হোটেল ব্ৰহ্মপুত্ৰ অশোক?

চৰকাৰৰ ৰাজ্যিক অতিথিশালালৈ ৰূপান্তৰ কৰাৰ আঁচনিৰ কি হ'ল?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 29, 2018 9:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিখন অভিজাত হোটেলত এসময়ত দেশ-বিদেশৰ পৰ্য্যটক, নামী-দামী তাৰকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিয়ে বাহৰ পাতিছিল সেই হোটলখন আজি পৰিত্যক্ত। এবছৰতকৈ অধিক সময় হোটেলখন বন্ধ হৈ আছে। আনকি তাত থকা নিৰাপত্তৰক্ষীয়ে সাংবাদিককো প্ৰৱেশৰ অনুমতি নিদিয়ে।

মন কৰিব লগীয়া যে এসময়ত ৰাজ্যৰ বিভিন্ন গুৰূত্বপূৰ্ণ সভা-সমিতি, আলোচনা-বিলোচনা, ৰাজনৈতিক কুচকাৱাজৰ স্থান হিচাপে ব্যৱহৃত এই অভিজাত হোটেলখন এতিয়া ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে অৱহেলিত কৰি ৰাখিছে।

Apply Now

চৰকাৰী তথ্য মতে, ৰাজহুৱা খণ্ডৰ অন্তৰ্গত হোটেলখন ২০১৭ চনৰ ১ ছেপ্টেম্বৰৰ পৰাই বন্ধ হৈ আছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডে এখন জাননীযোগে হোটেলখন উক্ত তাৰিখৰ পৰা বন্ধ কৰি ৰাখিছে। জানিব পৰামতে, সেই সময়ত হোটেল ব্ৰহ্মপুত্ৰ অশোকক এক ৰাজ্যিক অতিথিশালালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে।

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত ৰাজ্যিক অতিথিশালাৰ অভাৱ পূৰণৰ বাবেই হোটেলখনক অতিথিশালালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছিল।

উল্লেখযোগ্য যে কেইমাহমানৰ আগলৈকে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কইনাধৰাৰ ৰাজ্যিক অতিথিশালা দখল কৰি থকাৰ দৰেই ৰাজভৱনৰ ওচৰত থকা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা দখল কৰি আছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গতিকে ৰাজ্যৰ ৰাজধানীত বিশিষ্ট অতিথিৰ বাবে খালী নাই ৰাজ্যিক অতিথিশালা।

কিন্তু আজি এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো হোটেল ব্ৰহ্মপুত্ৰ অশোকক ৰাজ্যিক অতিথিশালা হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কোনো কাৰ্য্যকৰী ব্যৱস্থা ল’ব নোৱাৰিলে ৰাজ্য চৰকাৰখনে। তাৰ পৰিৱৰ্তে এতিয়া ‘ভূত বঙলা’ হ’বলৈ এৰি দিছে এসময়ৰ বিলাসী হোটেলখনৰ সুন্দৰ অট্টালিকাটোক।

হোটেলখনৰ ৰখীয়া হিচাপে কেইজনমান গৃহৰক্ষী জোৱানক পৰ্যটন বিভাগে হোটেলখনত নিয়োগ কৰি থৈছে। তেওঁলোকে সকলো সময়তে হোটেলখনৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই থয়।

আমাৰ সাংবাদিকে হোটেলখনৰ ভিতৰৰ অৱস্থাৰ বুজ লোৱাৰ চেষ্টা চলাইছিল যদিও বিভাগীয় অনুমতি নথকাৰ দোহাই দি নিৰাপত্তাৰক্ষীয়ে সাংবাদিকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিদিলে।

ব্ৰহ্মপুত্ৰৰ পাৰত অতি সুন্দৰ পৰিৱেশত অৱস্থিত এই হোটেলখনৰ সুন্দৰ অট্টালিকাটোৰ বেৰবোৰ ঠায়ে ঠায়ে উৱলি যোৱাৰ উপৰি খহি পৰাও দেখা গৈছে। চৰকাৰৰ অৱহেলাৰ বাবেই হোটেলখনৰ পিছফালৰ লনত, য’ত এসময়ত বিভিন্ন পাৰ্টি অনুষ্ঠিত হৈছিল, সেই স্থান এতিয়া জংঘলেৰে আৱৰা।

পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনলৈ অহা চৰকাৰখনে ৰাজ্যত পৰ্যটনৰ বিকাশৰ কথা কৈ ‘নমামি ব্ৰহ্মপুত্ৰ’, ‘নমামি বৰাক’কে ধৰি বিভিন্ন উৎসৱ পাতি ৰাজকোষৰ কোটি কোটি টকা শৰাধ কৰি থকাৰ বিপৰীতে পৰ্যটকৰ বাবে সুন্দৰ আৱাসস্থল এটা মাহৰ পাছত মাহ ধৰি বন্ধ কৰি ৰখাটোৱে চৰকাৰৰ নিষ্ঠাৰ ক্ষেত্ৰত প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd