• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আপুনি খবৰ ৰাখিছেনে? GMCH ত কেনেদৰে কটাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 8, 2020 9:01 pm

1 min read

Tarun-Gogoi-Koka-750x375
605
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ পজিটিভ হৈ যোৱা ২৬ আগষ্টৰ পৰাই নিগেটিভ হোৱাৰ পাছতো শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

বৰ্তমান তেওঁৰ শাৰিৰীক অৱস্থা কেনে বা তেওঁ কেনেদৰে সময় অতিবাহিত কৰিছে সেয়া নিশ্চয়কৈ সকলোৰে জানিবলৈ মন যায়।

সেয়েহে আমি যোগাযোগ কৰিছিলো তৰুণ গগৈৰ একেবাৰে ঘনিষ্ঠ সুত্ৰৰ সৈতে।

সুত্ৰটোৱে জনোৱা অনুসৰি বৰ্তমানো তৰুণ গগৈ ICU ত আছে যদিও তেওঁ বৰ্তমান সুস্থিৰ হৈ আছে।

‘গগৈ ছাৰ বৰ্তমান বহিব পৰা হৈছে। তেওঁ সুন্দৰকৈ কথা বতৰা পাতিব পাৰিছে। অৱশ্যে বৰ্তমানো খোজ কাঢ়িব পৰা নাই।‘ সুত্ৰটোৱে এইদৰে কয়।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বাতৰি কাকত পঢ়ি, টেলিভিছন চাই সময় কটাইছে বুলি তেওঁ জনায়।

ইপিনে, তৰুণ গগৈৰ খাদ্যৰ তালিকাত কি কি অন্তৰ্ভুক্ত কৰা হৈছে বুলি আমাৰ সাংবাদিকে সোধাত সুত্ৰটোৱে কয়, ‘তেওঁ চিকেন চুপ, মাছৰ জোলৰে ভাত অলপমান, ডাব নাৰিকলৰ পানী ইত্যাদি খাদ্য গ্ৰহণ কৰি আছে।‘

এই দিনকেইটাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ল’বলৈ ৰাজনৈতিক নেতাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে।

মঙ্গলবাৰে সাংসদ বদৰুদ্দিন আজমল, বুধবাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞা, বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰদ্যুত বৰদলৈয়ে পৃথকে পৃথকে সাক্ষাৎ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd