• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনলাইন আপোনাৰ বেংকৰ ধন লুটি নিয়া ৰোধ কৰক তলৰ উপায়েৰে

Nenow এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 6:58 am

2 min read

Be ready, All India Bank strike ahead

প্ৰতীকী ছবি।

24.9k
VIEWS
Share on FacebookShare on Twitter

আজিকালি বহুত অনলাইন ঠগ ওলাইছে। আৰু প্ৰায়ে গ্ৰাহকৰ বেংকৰ ধন লুটি নিয়াৰ খবৰ ওলাই থাকে।

আপোনাৰ ক্ষেত্ৰত এনে নোহোৱাৰ বাবে তলৰ উপায়সমূহ অৱলম্বন কৰক।

উপায়সমূহ–

— আপোনাৰ ব্ৰাউজাৰৰ এড্ৰেছ বাৰত URLটো “https”ৰে আৰম্ভ হোৱাটো লক্ষ্য কৰক।

— এড্ৰেছ বাৰত এটা তলাৰ ছবি থাকে। তাত ক্লিক কৰি আপুনি সোমোৱা ৱেবছাইটটোৰ ছিকিয়ৰিটি চাৰ্টিফিকেট থকাটো নিশ্চিত কৰক।

— এড্ৰেছ বাৰডাল যদি সেউজীয়া হৈছে তেন্তে ৱেবছাইটটো SSL চাৰ্টিফিকেট থকা আৰু সি সুৰক্ষিত।

— ঠগে ই মেইল, ফোন বা এছ এম এছত আপোনাৰ ব্যক্তিগত আৰু গোপন তথ্য বিচাৰে। তাৰ প্ৰতি সঁহাৰি নিদিব।

— বেংক বা তাৰ কৰ্মচাৰীয়ে কেতিয়াও আপোনাৰ ব্যক্তিগত তথ্য, পাছৱৰ্ড, অ’ টি পি, ডেবিট-ক্ৰেডিট কাৰ্ডৰ তথ্য আদি বিচাৰি ফোন, মেছেজ বা ই মেইল নকৰে।

— এনে ঘটিলে ততালিকে বেংকক গ্ৰাহক সুৰক্ষা কেন্দ্ৰ বা ই মেইলযোগে জনাওক। এছ বি আইৰ ক্ষেত্ৰত এই ই মেইল হৈছে [email protected] (।)

— আপোনাৰ ব্যক্তিগত একাউণ্ট তথ্য, পৰিচয় আদি ততালিকে আপডেট কৰিব লাগে বা অমুক নম্বৰত ফোন কৰক অমুক ৱেবছাইটত দিয়ক আদি ধৰণৰ মেছেজ আহইলে সাৱধান হওক।

— এইবোৰ ঠগৰ কাম হ’ব পাৰে আৰু আপোনাৰ ব্যক্তিগত তথ্য সৰকোৱাৰ বাবে কৰিব পাৰে।

— ই মেইলত অহা কোনো ৱেবছাইট দৰ্শন কৰোতে এড্ৰেছ বাৰত ই মেইলত থকাতকৈ বেলেগ ছাইট খোল খাইছে নেকি চাওক।

— আপোনাৰ কম্পিউটাৰটো এণ্টি-ভাইৰাছ ছফটৱেৰ, স্পাইৱেৰ ফিল্টাৰ, ই মেইল ফিল্টাৰ আৰু ফায়াৰৱাল প্ৰগ্ৰেমৰ জৰিয়তে সুৰক্ষিত ৰাখক।

— সাধাৰণভাৱে ব্যক্তিগত তথ্য বিচাৰি কৰা যিকোনো ফোন বা আন যোগাযোগক সন্দেহৰ চকুৰে চাওক। আৰু এনে যোগাযোগৰ সত্যাসত্যতা জানিবৰ বাবে বেংকৰ বিভাগীয় ফোন নম্বৰ/ যোগাযোগ ঠিকনাত যোগাযোগ কৰক।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd