• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাঢ়ি গৈছে দেহৰ ওজন? নিশা ভাত খোৱাসকলে এই উপায়েৰে কমাব পাৰিব ওজন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2020 3:56 pm

2 min read

a rice
9.6k
VIEWS
Share on FacebookShare on Twitter

দেহৰ ওজন প্ৰয়োজনতকৈ বাঢ়ি গ’লে নানান ৰোগে দেহত বাহ লব পাৰে।
সেয়ে দেহৰ ওজন সদায় স্বাভাৱিক কৰি ৰখাৰ চেষ্টা চলাব লাগে।

মূলতঃ অত্যধিক তেল-মছলাজাতীয় খাদ্য গ্ৰহণ,শাৰীৰিক পৰিশ্ৰম নকৰা আদি কাৰণতে দেহৰ ওজন বৃদ্ধি পায়।

ওজন হ্ৰাস কৰিবলৈ বহুতেই ডায়েটিং কৰে যদিও সঠিক ৰূপত ডায়েটিং নকৰাৰ বাবে হিতে বিপৰীতহে হোৱাৰ আশংকা থাকে।

অত্যধিক ওজনৰ ব্যক্তিসকলে দ্ৰুত ওজন কমাব পৰাকৈ খাদ্য বিশেষজ্ঞসকলে প্ৰস্তুত কৰা নিশাৰ আহাৰৰ  বিধি এয়াত উল্লেখ কৰা হ’ল।

এই বিধি মানি  চলিলে অতি কম দিনৰ ভিতৰতে দেহৰ অতিৰিক্ত ওজন কমাব পৰা যাব।

খাদ্য বিধি-১(যিসকলে ভাত খায়)

বহুতৰে ধাৰণা যে ওজন কমাবলৈ নিশা ভাত খালে নচলিব।কিন্তু পৰিমিত মাত্ৰাত নিশা ভাত খায়ো ওজন কমাব পাৰি। ওজন কমাব বিচৰাসকলে নিশা

ভাত খোৱাৰ ক্ষেত্ৰত এই বিধি মানি চলিলে সুফল পাব—

১ কাপ ভাত—নিশা ভাতৰ পৰিমাণ মজলীয়া আকাৰৰ চাহ কাপেৰে একাপ হ’ব লাগিব।১ কাপতকৈ বেছি ভাত খালে নহ’ব।

মাছ,মাংসৰ পৰিমাণ—মাছ বা মাংস খোৱা সকলে মজলীয়া আকৃতিৰ এটুকুৰা মাছ বা মাংস খাব পাৰে।

১ কাপ তৰকাৰী—নিশাৰ ভাতৰ সৈতে ১ কাপ তৰকাৰী খাব পাৰে।এই তৰকাৰী কম তেলত ভজা বা ৰন্ধা হ’ব লাগিব।কেঁচা চালাড খাব পাৰিলে ভাল।

১ কাপ দাইল—নিশা ভাতৰ সৈতে ১ কাপ দাইল খাব পাৰে।দাইলে চৰ্বি নাশ কৰাৰ লগতে শৰীৰক পুষ্টি যোগায়।

১ কাপ টেঙা দৈ—নিশা ভাতৰ সৈতে ১ কাপ টেঙা দৈ খালে চৰ্বি দূৰ হোৱাৰ লগতে হজমতো সহায় হ’ব।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd