• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা সকলে কেনেকৈ যত্ন ল’ব যৌনাংগৰ? সংক্ৰমণ হোৱা আগতেই জানি লওক এইকেইটা কথা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 9, 2024 8:44 pm
694
VIEWS
Share on FacebookShare on Twitter

আমি শৰীৰৰ নখ, চুলি, ছাল আদি সকলো অংগৰ যত্ন লওঁ। কিন্তু যিবোৰ অংগ অতি সংবেদনশীল সেইবোৰৰ যত্ন লোৱাই নহয়। সজাগতাৰ অভাৱৰ বাবে বিশেষকৈ মহিলাসকলে প্ৰায়ে গুপ্তৰোগত আক্ৰান্ত হ’ব লগা হয়।

মহিলা সকলৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ আৰু অতি সংবেদনশীল অংগ হৈছে যোনি বা যৌনাংগ। এই অংগৰ দ্বাৰাই মহিলা সকলে প্ৰস্ৰাৱ কৰে, মাহেকীয়া হয়, যৌন সংগম কৰে আৰু সন্তান জন্ম দিয়ে। সেয়ে যৌনাংগৰ যত্ন লোৱাতো অতিকে দৰকাৰী। যৌনাংগৰ যত্ন নললে বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে মহিলাসকল।

জানো আহক, কেনেকৈ ল’ব নিজৰ যৌনাংগৰ যতন –

১) যৌনাংগ সদায় পৰিষ্কাৰ কৰি ৰাখক। কুহুমীয়া গৰম পানীৰে যৌংনাংগ পৰিস্কাৰ কৰি ৰাখিব।
২) যৌনাংগ ধুবলৈ ভাল এন্টি বেক্টেৰিয়াল চাবোন ব্যৱহাৰ কৰিব পাৰে। ফাৰ্মাচীত এনেকুৱা বহু ভাল চাবোন উপলব্ধ।
৩) এন্টি বেক্টেৰিয়াল আৰু সুগন্ধি পাউদাৰ ব্যৱহাৰ কৰিব পাৰে।
৪) কেতিয়াও টান আণ্ডাৰৱেৰ পৰিধান নকৰিব। কপাহী কাপোৰৰ হে অন্তৰ্বাস পিন্ধিব। ৰাতি শোৱাৰ সময়ত সদায় অন্তৰ্বাস খুলি শোৱক।
৫) সদায় ভাল কোম্পানীৰ চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিব। পিৰিয়ডৰ সময়ত নিজকে পৰিস্কাৰ পৰিচ্ছন্নতাত অধিক গুৰুত্ব দিব। দুঘণ্টাৰ পৰা তিনিঘণ্টাৰ অন্তৰে অন্তৰে পেড সলনি কৰক।
৬) কেতিয়াও যৌনাংগত পাৰফিউম ব্যৱহাৰ নকৰিব।
৭) যৌনাংগৰ ভিতৰত পানী ব্যৱহাৰ নকৰিব। যোনীৰ বাহিৰটোহে পানীৰে পৰিস্কাৰ কৰিব।
৮) পৰাপক্ষত কণ্ডম ব্যৱহাৰ কৰি যৌন সংগম কৰিব। ফ্লেভাৰড কণ্ডম ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
৯) লেতেৰা ঠাইত কেতিয়াও প্ৰস্ৰাৱ নকৰিব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd