• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মে’ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , March 4, 2020 2:01 pm

1 min read

HSLC-Exam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

15.2k
VIEWS
Share on FacebookShare on Twitter

মে’ মাহৰ প্ৰথম সপ্তাহত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল  ঘোষণা কৰা হ’ব বুলি আজি মত প্ৰকাশ কৰে ছেবাৰ সচিৱ সুৰঞ্জনা সেনাপতিয়ে৷

ফোনযোগে লোৱা এক সাক্ষাৎকাৰত সচিৱ গৰাকীয়ে পূৰ্বৰ তুলনাত এইবাৰ অধিক সোনকালে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

‘‘বৰ্তমানলৈ প্ৰায়  ৪০-ৰ পৰা ৫০ শতাংশ নিৰীক্ষণৰ কাম সম্পূৰ্ন হৈছে৷ কেইটামান কেন্দ্ৰত উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হৈ থকা বাবে নিৰীক্ষণৰ কাম আৰম্ভ হোৱা নায়৷ এইবাৰ অন্যবাৰত কৈ আগত ৰিজান্ট দিবলৈ চেষ্টা কৰা হ’ব,’’ সুৰঞ্জনা সেনাপতিয়ে লগতে কয়।

আনহাতে, মে’ মাহৰ প্ৰথম সপ্তাহত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰিলেও কোন তাৰিখে এই ফলাফল ঘোষণা কৰা হ’ব সেই সন্দৰ্ভত মত প্ৰকাশৰ পৰা বিৰত থাকে সচিৱ গৰাকী।

উল্লেখযোগ্য যে,  ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

১০ ফেব্ৰুৱাৰিৰ পৰা ২৯ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd