• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত চুৰি কাণ্ড: চোৰে লুটি নিলে লক্ষাধিক টকাৰ আ-অলংকাৰ, মূল্যৱান সামগ্ৰী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 3, 2018 6:27 am
মাৰ্ঘেৰিটাত চুৰিকাণ্ড

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত। ফটো : নৰ্থইষ্ট নাও

167
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা হিলভিউ জয়া ঘাটত দেওবাৰে নিশা সংঘটিত হ’ল এক চুৰি কাণ্ড। গৃহস্থৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে লক্ষাধিক টকাৰ আ-অলংকাৰৰ লগতে মূল্যৱান সামগ্ৰী।

একাংশ সন্দেহজনক লোকে কিছুদিনৰ পৰা বাহৰ পাতি থাকি এনে চুৰি কাণ্ড সংঘটিত কৰি আহিছে বুলি সন্দেহ কৰিছে গৃহস্থই। মাৰ্ঘেৰিটা হিলভিউ জয়া ঘাট নিৱাসী ছেকু ৰহিমোদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দেওবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয়।

চোৰে ঘৰৰ কেইবাটাও তলা আৰু গডৰেজৰ তলা ভাঙি ধন আৰু আ-অলংকাৰ চোৰ কৰি লৈ যায়। ঘৰৰ লোকসকল মাৰ্ঘেৰিটাৰ পৰা শিৱসাগৰৰ পৰিয়ালৰ লোকৰ ঘৰলৈ দিনৰ ভাগতে গৈছিল আৰু নিশা পলমকৈ ঘৰত আহি উপস্থিত হোৱাত গৃহস্থই ঘৰত চোৰে লক্ষাধিক টকাৰ আ-অলংকাৰৰ লগতে বহু মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ বিষয়ে গ’ম পায়।

মাৰ্ঘেৰিটা হিল্লভিও এলেকাত একাংশ সন্দেহজনক বিদেশী লোকে কিছুদিনৰ পৰা বাহৰ পাতি থাকি এনে চোৰ কাণ্ড সংঘটিত কৰি আহিছে বুলি গৃহস্থই সন্দেহ কৰিছে। আনহাতে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ বুজ লোৱাৰ লগতে চোৰক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd