• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ হাত? পাকিস্তানৰ সংসদত চীনৰ গোপন কেমেৰা উদ্ধাৰক লৈ হুলস্থুল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2021 1:55 pm

1 min read

pakistan Parliament

পাকিস্তানৰ সংসদ। ফটো: সংগৃহিত।

6.7k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ সংসদৰ পৰা চীনৰ কেমেৰা উদ্ধাৰ কৰা হৈছে। পাকিস্তানৰ সংসদত ভোট চলি থকাৰ সময়তে উদ্ধাৰ হৈছিল চীনৰ গোপন কেমেৰা।

দেশখনৰ সংসদৰ উচ্চ কক্ষত চিনেট চেয়াৰমেনৰ নিৰ্বাচনক লৈ যোৱা শুকুৰবাৰে পুৱাৰে পৰাই সংসদৰ অধিৱেশন উত্তপ্ত হৈ পৰে।

ভোটৰ প্ৰক্ৰিয়া অতি গোপনে চলিছিল। গোপন বেলটৰ জৰিয়তে সাংসদসকলে ভোটদান কৰিছিল।

ইয়াৰ মাজতে হঠাৎ ভোটদান চলি থকাৰ সময়তে উদ্ধাৰ হয় চীনৰ কেমেৰা। চীনা স্পাই কেমেৰাৰে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো কোনোবাই ৰেকৰ্ড কৰাৰ অভিযোগ উঠে। ফলত পুনৰ হুলস্থুল আৰম্ভ হয় আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া ব্যহত হৈ পৰে।

চিনেটৰ চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন পদৰ বাবে গোপন বেলটত ভোটগ্ৰহণ চলিছিল। কিন্তু তাত কোনে কেমেৰাৰে সেয়া ৰেকৰ্ডিং কৰিছিল সেয়া পোহৰলৈ অহা নাই।

ইপিনে, পাকিস্তানৰ সংসদৰ ভিতৰত চীনৰ স্পাই কেমেৰা উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিষয়টোৱে ব্যাপক চৰ্চাও লাভ কৰিছে।

বাতৰি অনুসৰি, এই বিষয়টোক লৈ তদন্ত চলি আছে।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd