• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত এইডচ আক্ৰান্ত শিশু সকলৰ সৈতে স্বাধীনতা দিৱস পালন ‘হিউমেন হেণ্ডচ’ৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 15, 2018 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ কোটি কোটি জনতাই বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস উৎযাপন কৰাৰ সমান্তৰালকৈ গুৱাহাটীত এইডচ আক্ৰান্ত একাংশ শিশুৰ লগত স্বাধীনতা দিৱস উৎযাপন কৰিলে ‘হিউমেন হেণ্ডচ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে।

বুধবাৰে মহানগৰীৰ ছয়মাইলৰ সুৰুজ নগৰত থকা কস্তুৰী চিল্ড্ৰেণ কেয়াৰ হোম নামৰ এইডচ আক্ৰান্ত শিশুৰ পৰিচৰ্যা কেন্দ্ৰটোত ‘হিউমেন হেণ্ডচ’ৰ উদ্যোগত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত দিনৰ ভাগত শিশুসকলৰ নাচ-গাণ পৰিবেশন কৰাৰ উপৰিও এখন সভা অনুষ্ঠিত হয়।

Apply Now

অনুষ্ঠানত মহানগৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অধীক্ষক শ্যামল শইকীয়া, প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, পেৰা চাইকেলিষ্ট ৰাকেশ, অভিনেত্ৰী অমৃতা গগৈকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

শিশু গৃহটোত থকা দূৰ্ভগীয়া কন কন শিশুসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাই আৰক্ষী বিষয়া শ্যামল শইকীয়াই কয়, ‘আমি প্ৰত্যেকজন নাগৰিকে যদি কিঞ্চিত পৰিমাণে হ’লেও বৰঙণী আগবঢ়াও এই শিশুসকলৰ বাবে নিশ্চয় যথেষ্ট উপকাৰ কৰা হ’ব। চৰকাৰৰ কৰিবলগীয়াখিনি চৰকাৰে কৰি যাব, কিন্তু তাৰ সমান্তৰালভাৱে আমিও এইদৰে একোজন নাগৰিকৰ দায়িত্ব পালন কৰিব পাৰো।’

অনুষ্ঠানত বক্তব্য ৰাখি কস্তুৰী চিল্ড্ৰেণ কেয়াৰ হোমৰ তত্বাৱধায়ক জাহ্নবী গোস্বামীয়ে সমাজত এইডচ ৰোগীৰ প্ৰতি থকা ধাৰণা আৰু অৱহেলাৰ মনোভাৱ দূৰ কৰাৰ পোষকতা কৰে। তেওঁ কয়, ‘এগৰাকী এইডচ ৰোগীয়ে যাতে নিজৰ এই বেমাৰটো আন বেমাৰৰ দৰেই নিঃসংকোচে ক’ব পাৰে তেনে এটা পৰিবেশ সৃষ্টিৰ প্ৰয়োজন আছে। সেই পৰিবেশ সৃষ্টিৰ বাবে আমাৰ মাজত সজাগতাৰ বহু প্ৰয়োজন আছে।’

তেওঁ লগতে কস্তুৰী চিল্ড্ৰণ কেয়াৰ হোমে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা সম্পৰ্কেও দোহাৰে।

একেদৰে এইডচ ৰোগীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য কৰে পেৰা চাইকেলিষ্ট ৰাকেশে। তেওঁ কয় যে এইডচ ৰোগীসকলৰ প্ৰতি আমাৰ মানসিকতাৰ পৰিবৰ্তন ঘটাই তেওঁলোকৰ মনত সাহস যোগোৱাৰ প্ৰয়োজনীয়তা আছে।

অনুষ্ঠানৰ শেষত শিশুসকলৰ মাজত উপহাৰ বিতৰণ কৰে ‘হিউমেন হেণ্ডচ’ৰ কৰ্মকৰ্তাসকলে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd