• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি অপহৃত ব্যক্তিৰ শীঘ্ৰে মুক্তিৰ দাবী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2021 7:15 am
Human Right Activist appeal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতেই সন্দেহযুক্ত আলফা স্বাধীনে অ’ এন জি  চিৰ লাকুৱা ৮নং তৈল ক্ষেত্ৰৰ অধীনস্থ বাগান তিনিআলিৰ ৰোমানিয়া ১০৩ নং ৱক অভাৰ ৰিগৰ পৰা তিনি অসমীয়া থলুৱা কৰ্মচাৰীক অপহৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ডঃ শইকীয়াই কয় যে অনাকাংক্ষিতভাবে তিনি অসমীয়া খিলঞ্জীয়া অ’ এন জি চি কৰ্মচাৰীক অপহৰণ কৰি সন্দেহযুক্ত আলফাই সমগ্ৰ অসমবাসীৰ লগতে বিশ্ব বাসীৰ ওচৰত স্বাৰ্থপৰ স্বৰূপ উদঙাই দেখুৱাইছে।

Apply Now

তেওঁ কয়, ‘’সততে বিপ্লৱৰ কথা কোৱাৰ লগতে থলিগিৰীৰ কথা কোৱা এই অপহৰণকাৰী সন্দেহযুক্ত আলফাই তৈল ক্ষেত্ৰ, প্ৰাকৃতিক সম্পদ আদিৰ অধিকাৰৰ কথা কোৱাৰ লগতে থলগিৰীৰ নিয়োগৰ কথা সময়ে সময়ে কৈ আহিছে, কিন্তু ধেমাজি কাণ্ডকে ধৰি এনে বহু উদাহৰণৰ লগতে শেহতীয়াকৈ তিনিজনকৈ অসমীয়া খিলঞ্জীয়াক অপহৰণ কৰি তেঁওলোকে পুনৰবাৰ সন্ত্ৰসবাদীৰ চৰিত্ৰ প্ৰকাশ কৰিছে।‘’

ডঃ শইকীয়াই লগতে কয়, ’’যদি তেওঁলোকৰ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে কিবা কৰিবলগীয়া আছে তেতিয়া হ’লে কেন্দ্ৰীয় চাৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰক। আলফাৰ  এনেবোৰ কাৰ্য্য কলাপৰ পৰা থলুৱা যুৱপ্ৰজন্মই কি সাহসত অ’ এন জি চি বা তৈল ক্ষেত্ৰত চাকৰি কৰিবলৈ সাহস কৰিব, ই এক চিন্তাৰ বিষয়।‘’

বিশ্ব সংবিধান সংসদ সংস্থাৰ আন্তৰাষ্ট্ৰীয় সদস্য, অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানৱতা তথা শান্তি বঁটা প্ৰাপক ডঃ শইকীয়াই আলফা স্বাধীনলৈ আহ্বান জনাই কয় যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিবেশ সৃষ্টি কৰক আৰু মানবীয় দৃষ্টিৰে শীঘ্ৰে তিনি অপহৃত ব্যক্তিক মুক্তি দিয়ক।

মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ উপৰি  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যাতে উক্ত অপহৰণ কাণ্ডৰ সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেও দাবী জনায়।

উল্লেখ্য যে যোৱা ২০ এপ্ৰিলৰ নিশা ২বজাত ৫/৬ জনীয়া  অস্ত্ৰধাৰী দল এটাই  লাকুৱা তৈলক্ষেত্ৰৰ এটা ৰিগত কাম কৰি থকা সময়ত অ’এনজিচিৰ তিনিগৰাকী কৰ্মচাৰী ক্ৰমে মেহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক অপহৰণ কৰি নিয়ে।

অপহৃত তিনিজনৰ দুজন অ’এনজিচিৰ উৎপাদন বিভাগৰ কণিষ্ঠ অভিযন্তা আৰু এজন জুনিয়ৰ টেকনিচিয়ান বুলি অ’এনজিচিয়ে প্ৰকাশ কৰিছে।

অপহৰণকাণ্ডৰ সৈতে আলফা স্বাধীন জড়িত থকাটো ইতিমধ্যে নিশ্চিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd