• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোৰ পত্নীৰ গালত চুই একো ভুল কৰা নাই সাংসদ হৰেনচিং বে’ই

নিজ ঘৰত সংবাদমেল পাতি ক’লে মেথিউ ইংলেঙে। ইউ পি দি এচ সশস্ত্ৰ সংগ্ৰামৰ সহযোদ্ধা আছিল ন-সাংসদ বে’ আৰু মহিলাগৰাকীৰ স্বামী।

নংগি তেৰাং by নংগি তেৰাং
June 3, 2019 1:30 pm
Husband rubbishes alleged harassment of his wife by newly elected BJP MP Horensing Bey

হামৰেনত হৰেনচিং বে’ৰ নিৰ্বাচনী সভাৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱ নিৰ্বাচিত সাংসদ হৰেনচিং বে’ই নিৰ্বাচনী বিজয় উৎসৱত এগৰাকী মহিলাৰ গালত চোৱাক লৈ হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া কৰি মহিলাগৰাকীৰ স্বামী মেথিউ ইংলেঙে বে’ৰ আচৰণত একো ভুল নাছিল বুলি মন্তব্য কৰিছে।

দেওবাৰে ৰংথে-আং গাওঁস্থিত নিজৰ ঘৰত সংবাদমেলযোগে ইংলেঙে স্পষ্ট কৰি দিয়ে যে তেওঁৰ পত্নী সাংসদ বে’ৰ নিজৰ জীয়েকৰ দৰে, আৰু জীয়েকৰ দৰে এগৰাকী মহিলাক মৰমতে চোৱাত একো ভুল নাই।

Apply Now

কাৰ্বি পৰম্পৰা অনুসৰি তেওঁৰ পত্নী আৰু সাংসদ বে’ একে গোষ্ঠীৰ আৰু তেওঁলোক সম্বন্ধত বাপেক-জীয়েক, তেওঁ কয়।

“মই আৰু মোৰ পত্নী বে’ক লগ কৰি বিজয়ৰ অভিনন্দন জনাবলৈ গৈছিলো। মই সাংসদজনৰ কাষতে আছিলো। মিদিয়াৰ সৈতে কেমেৰাৰ সন্মুখত মত বিনিময় কৰি থাকোতে তেওঁ মোৰ পত্নীৰ গালত স্পৰ্শ কৰিছিল। মোৰ পত্নী আৰু সাংসদ বে’ দুয়ো বে’ গোষ্ঠীৰ। কাৰ্বি পৰম্পৰা মতে মোৰ পত্নী সাংসদজনৰ জী। মোৰ পত্নীৰ মুখত চুই সাংসদ হৰেনচিং বে’ই একো ভুল কৰা নাই।”; ইংলেঙে জনায়,

সাংসদ বে’ৰ বিৰুদ্ধে “মহিলাৰ গাল চোৱা”ক লৈ আঙুলি উঠোৱা এ’ পি এইচ এল চি (All Party Hills Leaders Conference)ৰ নেতা জি কাথাৰে “ৰাজনীতি” কৰা বুলি মন্তব্য কৰি ইংলেঙে কাথাৰৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে।

“কাথাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বেলেগৰ ভাবমূৰ্তি নষ্ট কৰিব নালাগে। হৰেনচিং বে’ৰ ভাবমূৰ্তি নষ্ট কৰা বাবে কাথাৰে ক্ষমা খুজিব লাগে,” ইংলেঙৰ মত।

মেথিউ ইংলেং আৰু বৰ্তমানৰ সাংসদ হৰেনচিং বে’ দুয়ো ইউ পি দি এচ (United People’s Democratic Solidarity) সশস্ত্ৰ সংগ্ৰামৰ সহযোদ্ধা আছিল।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাংল’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা “ঘটনা”টোৰ সূত্ৰপাত হৈছিল।

বিজয়ী বে’ৰ লগতে তুলিৰাম ৰংহাং আৰু বিজেপিৰ অন্যান্য বিষয়-ববীয়া আৰু সমৰ্থকো বিজয় উৎসৱটোত উপস্থিত আছিল।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd