• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোলমাল! বিয়া হ’বলৈকে টিভি এংকৰ যুৱকক অপহৰণ কৰিলে ব্যবসায়ী যুৱতীয়ে, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2024 1:41 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়া পাতিবলৈ এগৰাকী যুৱতী ব্যৱসায়ীয়ে এগৰাকী টিভি এংকৰক (উপস্থাপক) অপহৰণ কৰাৰ ঘটনা ঘটিছে। হায়দৰাবাদত সংঘটিত এই ঘটনাক লৈ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাত যুৱতীগৰাকীৰ লগতে আন ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, কোনো অজ্ঞাত ব্যক্তিয়ে এংকৰৰ ফটোখন বৈবাহিক ৱেবছাইটত ব্যৱহাৰ কৰিছিল। সেই ফটো দেখাৰ পিছত ব্যৱসায়ী যুৱতীগৰাকী ভিডিঅ’ জকী উপস্থাপকগৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰে।

তেওঁ সেই যুৱকক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। তাৰ পিছত তেওঁ উপস্থাপকগৰাকীৰ পিছত লাগিল। ইয়াৰ বাবে যুৱতীগৰাকীয়ে ভিডিঅ’ জকীগৰাকীক অনুসৰণ কৰিবলৈ তেওঁৰ গাড়ীত ট্ৰেকিং ডিভাইচো স্থাপন কৰে।

Apply Now

লগতে পঢ়কঃ বলপূৰ্বকভাৱে ইউক্ৰেইনলৈ পঠিওৱা হৈছে ভাৰতীয়ক! ৰাছিয়াৰ বিৰুদ্ধে অভিযোগকলৈ কি ক’লে কেন্দ্ৰই?

প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ জকীগৰাকীক অপহৰণ কৰিবলৈ কিছু লোকক নিয়োগ কৰে। আৰক্ষীক দিয়া এজাহাৰত এইবোৰ কথা কোৱা হৈছে। ভিডিঅ’ জকীগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে গ্ৰেপ্তাৰ হয় ৩১ বছৰীয়া যুৱতীগৰাকীক।

অভিযুক্ত যুৱতীগৰাকী ডিজিটেল মাৰ্কেটিং ব্যৱসায়ী। আনহাতে, ভুক্তভোগী যুৱক এটা মিউজিক চেনেলত এংকৰ হিচাপে কাম কৰে।

জানিব পৰা মতে, দুবছৰ পূৰ্বে ভাৰত মেট্ৰিমনিত বিভিন্নজনৰ প্ৰফাইল ব্ৰাউজ কৰি আছিল যুৱতীগৰাকী। তাত এটা একাউণ্টত তেওঁৰ চকু নিবদ্ধ হৈ পৰিল। সেই ভিডিঅ’ জকীৰ ছবিখন তাত ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে তেওঁৰ লগত চ্যাটিং কৰিবলৈ ধৰিলে। কিন্তু কিছু সময়ৰ পিছত তেওঁ বুজি পালে যে একাউণ্টটো ভুৱা। সেয়ে, যুৱতীগৰাকীয়ে ইনষ্টেণ্ট মেছেজিং এপ ব্যৱহাৰ কৰি ভিডিঅ’ জকীগৰাকীৰ সৈতে যোগাযোগ কৰে।

তেতিয়া ভিডিঅ’ জকীয়ে তেওঁক ক’লে যে সেইটো এটা ভুৱা একাউণ্ট। কোনোবাই তেওঁৰ ছবিখন ব্যৱহাৰ কৰি সেই একাউণ্টটো তৈয়াৰ কৰিছে। ইয়াৰ বাবে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে। পিছত ব্যৱসায়ী যুৱতীয়ে এই যুৱকৰ সৈতে বাৰ্তাৰ আদান-প্ৰদান অব্যাহত ৰাখে।

লগতে পঢ়কঃ ১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

আৰক্ষীয়ে জনোৱা মতে, এনে পৰিস্থিতিৰ মাজতে ভিডিঅ’ জকীয়ে যুৱতীগৰাকীৰ ফোন নম্বৰ ব্লক কৰে। এই কথাত তেওঁ বিৰক্ত হৈ পৰিল। কিন্তু তেওঁ সেই ভিডিঅ’ জকীক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। এই পৰিকল্পনাৰ অংশ হিচাপে তেওঁ ভিডিঅ’ জকী যুৱকক অপহৰণ কৰাৰ সিদ্ধান্ত লয়।

আৰক্ষীৰ মতে, যুৱতীগৰাকীয়ে ইয়াৰ বাবে চাৰিজন লোকক নিয়োগ কৰিছিল। গাড়ীখনত তেওঁৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ এয়াৰটেগ ডিভাইচ স্থাপন কৰিছিল।

তাৰ পিছত ১১ ফেব্ৰুৱাৰীত ভিডিঅ’ জকীগৰাকীক অপহৰণ কৰা হয়। ভাড়াতীয়া অপহৰণকাৰীয়ে তেওঁক কৰায়ত্ত কৰি যুৱতীগৰাকীৰ কাৰ্যালয়লৈ লৈ যায়। তাতেই ভিডিঅ’ জকী যুৱকজনক মুকলি কৰি দিবলৈ এটা চৰ্ত দিলে। ক’লে যে তেওঁৰ ফোনটো ৰিচিভ কৰিবলৈ মান্তি হ’লেহে তেওঁক মুকলি কৰি দিয়া হ’ব।

লগতে পঢ়কঃ ‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

এই চৰ্তত সন্মতি দিয়াত যুৱকজনক মুকলি কৰি দিয়া হয়। মুকলি কৰি দিয়াৰ পিছত যুৱক পোনে পোনে স্থানীয় থানালৈ যায়। তাতেই তেওঁ অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে যুৱতীগৰাকী আৰু অপহৰণকাৰী চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd