• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জঘন্য! ঘৰত প্ৰেমিকৰ সৈতে দেখা পাই নিজ কন্যাৰ প্ৰাণ ল’লে মহিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2024 5:52 pm
Woman killed Daughter

নিহত যুৱতীগৰাকী

25.6k
VIEWS
Share on FacebookShare on Twitter

এক জঘন্য হত্যাকাণ্ডই দখল কৰিছে সংবাদ শিৰোনাম। নিজ মাতৃৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতীয়ে। এগৰাকী মহিলাই ডিঙি চেপি হত্যা কৰিছে নিজ কন্যাক। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

প্ৰকাশিত খবৰ অনুসৰি, যুৱতীগৰাকীক প্ৰেমিকৰ সৈতে ঘৰতে দেখা পাই হত্যা কৰে মহিলাগৰাকীয়ে। হায়দৰাবাদৰ ইব্ৰাহিমপট্টনমত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত মহিলাগৰাকীক মোটে জংগম্মা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জংগম্মাই আজি দুপৰীয়াৰ আহাৰ খাবলৈ কৰ্মস্থলীৰ পৰা আহি কন্যা ভাৰ্গৱীক প্ৰেমিকৰ সৈতে ঘৰত দেখা পায়। দুয়োকে একেলগে দেখি জংগম্মা ক্ষোভিত হৈ পৰে আৰু কন্যাৰ প্ৰেমিকক ঘৰৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ে।

ইয়াৰ পিছতে জংগম্মাই শাৰীৰে ডিঙি চেপি হত্যা কৰে নিজ কন্যা ভাৰ্গৱীক। এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত জংগম্মাই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে।

অৱশ্যে যুৱতীগৰাকীৰ ডিঙিত হোৱা আঘাতৰ পৰা ভাৰ্গৱীক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে আশংকা কৰে। ইফালে নিহত যুৱতীগৰাকীৰ নাবালক ভাতৃয়ে হত্যাকাণ্ডৰ সাক্ষী হোৱা বুলি দাবী কৰি মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

কিশোৰটিয়ে আৰক্ষীৰ আগত নিজ মাতৃয়ে ভাৰ্গৱীক আক্ৰমণ কৰা দেখিবলৈ পোৱা বুলি আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰে। লক্ষণীয়ভাৱে এই হত্যাকাণ্ডৰ আঁৰত আন এক কাৰণ থকা বুলিও খবৰ পোহৰলৈ আহিছে।

সূত্ৰ অনুসৰি, জংগম্মাই কন্যা ভাৰ্গৱীৰ বিবাহৰ বাবে এজন যুৱকক পচন্দ কৰিছিল যদিও ভাৰ্গৱী মান্তি হোৱা নাছিল। এই কথাত জংগম্মা ক্ষোভিত হৈছিল আৰু দুয়োৰে মাজত বিবাদ হোৱা বুলিও জানিব পৰা গৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে অৱশ্যে কোনো মন্তব্য কৰা নাই। ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত চলাই থকা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd