• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি আছে বুলেট ট্ৰেইনতকৈও তীব্ৰ গতিৰ, হেলিকপ্টাৰতকৈ তিনিগুণ অধিক বেগী Hyperloop

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2019 10:08 am
hyperloop_india.jpeg_1564657632_618x347

hyperloop

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Hyperloop প্ৰকল্প শীঘ্ৰেই ভাৰতত বাস্তৱ হোৱাৰ পথত। Hyperloop One প্ৰকল্পৰ ওপৰত বৰ্তমান কাম কৰি থকা হৈছে আৰু ইয়াৰ জৰিয়তে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰোতে তলকিবই পৰা নাযাব।

ইয়াত মিনিটৰ হিচাপত যাত্ৰাৰ সময় নিৰ্দ্ধাৰণ কৰিব পৰা যাব। Hyperloop One চিষ্টেমত টিউবৰ চিৰিজ থাকে আৰু ইয়াত কোনো ঘৰ্ষণ বা হাৱা অবিহনেই তীব্ৰ গতিৰে যাত্ৰা কৰাটো সম্ভৱ।

Apply Now

ইয়াত যাত্ৰীয়ে বহিবৰ বাবে আৰামদায়ক আসন থাকিব। বহুদিনৰ পৰাই ইয়াৰ পৰীক্ষণৰ কাম চলি আছে আৰু ভাৰততো ইয়াক অনাৰ পৰিকল্পনা কৰা হৈছে।

এতিয়ালৈকে ক’তো সম্পূৰ্ণ কাৰ্যক্ষম  Hyperloop নাই। বাতৰি অনুসৰি বৰ্তমান বহুত জটিলতাৰ মাজত থকা ইয়াক যাত্ৰীৰ বাবে সুৰক্ষিত কৰি তোলা কামটো বাকী আছে।

hyperloop-moss-3_080119044019
Virgin Hyperloop One. ফটো : ইন্টাৰনেট

Virgin Hyperloop এ এই প্ৰকল্পটো আৰম্ভ কৰিব পৰা যায় বুলি পতিয়ন গৈছে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ এঠাইত ইয়াৰ বাবে চুক্তি প্ৰায় চূড়ান্ত হ’বলৈ আগবাঢ়িছে।

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই আৰু পুনেৰ মাজত Hyperloop প্ৰকল্পৰ বাবে সেউজ সংকেত দিছে। এই দুই ঠাইৰ মাজৰ ২০০ কিলোমিটাৰ দূৰত্ব Hyperloopত ৩৫ মিনিটত অতিক্ৰম কৰিব পৰা যাব। এনেয়ে মুম্বাইৰ পৰা পুনেলৈ ৩.৫ ঘন্টা সময় লাগে।

Virgin Hyperloop Oneৰ মুখ্য কাৰ্যবাহী জয় ৱালদাৰে কয়,’’ইতিহাস গঢ়িবলৈ আগবঢ়া হৈছে। এয়া বিশ্বৰ ভিতৰত প্ৰথম  Hyperloop One পৰিবহন ব্যৱস্থা হ’ব আৰু ই ভাৰতক আগবঢ়াই লৈ যাব। এয়া জনসাধাৰণক Hyperloopৰ সুবিধা প্ৰদানৰ বাবে গ্ৰহণ কৰা এক ডাঙৰ পদক্ষেপ।‘’

২০১৯ৰ শেষৰ ফালে ভাৰত চৰকাৰে  Virgin Hyperloop Oneক কন্ট্ৰেক্ট দিয়াৰ সম্ভাৱনা আছে।

Hyperloop পৰিবহনৰ এনে এক মাধ্যম যাৰ দ্বাৰা দ্ৰুত যাত্ৰা সম্ভৱ। ইয়াত ছীলড্ টিউব থাকে যাৰ জৰিয়তে হাৱা অবিহনে কোনো ঘৰ্ষণ নোহোৱাকৈ তথা মসৃন যাত্ৰা সম্ভৱ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd