• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

বজাৰত মুকলি হ’ল হুণ্ডাই কোনা (Hyundai Kona) : দাম, মাইলেজ, ডিজাইন, ৱাৰেণ্টি, চাৰ্জিং সুবিধা আদিৰ বিষয়ে জানক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2019 12:09 pm
Hyundai Kona

হুণ্ডাই কোনা ইলেক্ট্ৰিক। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ভাৰতৰ বজাৰত মুকলি কৰি দিয়া হ’ল বহু প্ৰতিক্ষিত ইলেক্ট্ৰিক কাৰ হুণ্ডাই কোনা। ইলেক্ট্ৰিক এছ য়ু ভি কাৰখন ভাৰতৰ বিভিন্ন শ্বোৰুত ২৫.৩০ লাখ টকা মূল্যৰ পৰা উপলব্ধ হ’ব।

ভাৰতত ‘সেউজীয়া গাড়ী’ৰ বজাৰত সম্পূৰ্ণ ইলেক্ট্ৰিক বাহন হিচাপে হুণ্ডাই কোনাৰ প্ৰথম অৱতাৰ। বৰ্তমানলৈ গ্ৰাহকৰ বাবে ইলেক্ট্ৰিক বাহন ভাৰতীয় বজাৰত অতি সীমিত।

Apply Now

চিক্স চিটাৰ হুণ্ডাই কোনা বাহনখনত ৭ ইঞ্চিৰ টাচ্চস্ক্ৰীণ ইনফোটেইনমেণ্ট চিষ্টেম উপলব্ধ হ’ব। ইনফোটেইনমেণ্ট চিষ্টেম এপ’ল কাৰ প্লে অথবা এন্ড্ৰইড অটো স্মাৰ্ট ফোনৰ দ্বাৰা সংযোগ কৰিব পৰা যাব। নতুন ইলেক্ট্ৰিকবাহনখন দেশৰ ১৬ খন চহৰত উপলব্ধ হ’ব। হুণ্ডাই বাহনখনৰ প্ৰতিযোগিতা এম জি ম’টৰছৰ ই জেদ এচ বাহনখনৰ লগত হ’ব বুলি অনুমান কৰা গৈছে।

হুণ্ডাইৰ ইলেক্ট্ৰিক বাহনখন ভাৰতত মুকলি কৰাৰ পূৰ্বে য়ুৰোপৰ বিভিন্ন দেশত দুটা সংস্কৰণত মুকলি কৰি দিয়া হৈছে। গাড়ীখনত ৬৪ কিলোৱাট ক্ষমতাৰ বেটাৰীৰ সংযোগ দিয়া হৈছে।

নতুনকৈ মুকলি কৰি দিয়া বাহনখনে এবাৰ চাৰ্জ দিলে প্ৰায় ৪৫২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব বুলি আশা কৰা হৈছে।

হুণ্ডাই কোনা বাহনখনক ৬ ঘণ্টাত সম্পূৰ্ণ চাৰ্জ দিব পৰা যাব। টপ বৰিএংট মডেলৰ বাহনখনক চাৰ্জ দিয়াৰ বাবে ৯ ঘণ্টাৰ প্ৰয়োজন হয়। ফাষ্ট চাৰ্জিঙৰ ব্যৱস্থাৰ দ্বাৰা গাড়ীখনক এক ঘণ্টাত ৮০ শতাংশলৈ চাৰ্জ দিব পৰা যায়।

সুৰক্ষাৰ দিশলৈ লক্ষ্য কৰিলে নতুন ইলেক্ট্ৰিক বাহনখনত স্মাৰ্ট চেঞ্চ টেকন’লজি ব্যৱহাৰ কৰা হৈছে যাৰ দ্বাৰা যিকোনো ধৰণৰ সংঘৰ্ষত যাত্ৰীসকল ৰক্ষা পৰিব  বুলি আশা কৰা হৈছে। গাড়ীখনৰ ভিতৰত সুৰক্ষামূলক ব্ৰেক আৰু ছয়টা এয়াৰ বেগৰ ব্যৱস্থা থাকিব।

হুণ্ডাই কোনা ইলেক্ট্ৰিক বাহনখনক ব্লু লিংক এপৰ দ্বাৰা ষ্টাৰ্ট অথবা বন্ধ কৰিব পৰা যাব লগতে ইয়াত ৱায়াৰলেছ চাৰ্জিঙৰ ব্যৱস্থাও উপলব্ধ হ’ব।

কোনাত এল ই ডি প্ৰজেক্টৰৰ লগতে ডি আৰ এল এচো উপলব্ধ হ’ব আৰু ৮ ইঞ্চিৰ ইনফোটেইনমেন্ট চিষ্টেমো লগোৱা থাকিব।

হুণ্ডাই কোনাৰ গ্ৰাহকসকলৰ বাবে বাহনখনত ৩ বছৰৰ বাবে আনলিমিটেড ৱাৰেণ্টিৰ সুবিধা প্ৰদান কৰা হৈছে আৰু গাড়ীখনত সংযোগ কৰা বেটাৰীত ৮ বছৰলৈ প্ৰতিবছৰত ১.৬০ লাখ কিলোমিটাৰ পৰ্যন্ত ৱাৰেণ্টি দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd