• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ সাক্ষাৎকাৰ; গম্ভীৰৰ কেৰিয়াৰ শেষ কৰাৰ আঁৰত এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2019 9:07 am

1 min read

Gambhir
20.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান লোকসভাৰ সদস্য গৌতম গম্ভীৰে পাকিস্তানী বলাৰ মহম্মদ ইৰফানৰ বিৰুদ্ধে সহজভাৱে বেটিং কৰিব পৰা নাছিল। এই ভাষ্য দিছে খোদ বাওঁহতীয়া বলাৰ ইৰফানে।

পাকিস্তানৰ এটা টিভি চেনেলক দিয়া সাক্ষাতত ইৰফানে ২০১২ চনৰ দ্বিপাক্ষিক শৃংখলাটোৰ কথা মনত পেলাই কয় যে ভাৰতৰ অপেনাৰ বেটছমেন গম্ভীৰে উক্ত শৃংখলাটোত মোৰ বল খেলিবলৈ ভয় কৰিছিল।

ভাৰতত হোৱা উক্ত শৃংখলাটোত গম্ভীৰক দুবাৰ আউট কৰাৰ কথা উল্লেখ কৰি ইৰফানে কয় যে শৃংখলাটোৰ পাছত গম্ভীৰ সীমিত অভাৰৰ ক্ৰিকেটত ভাৰতীয় দলত বেছি দিনলৈ নাথাকিল।

৭ ফুট ১ ইঞ্চি ওখ ইৰফানে সাক্ষাৎকাৰটোত কয়, ‘ভাৰতৰ বিৰুদ্ধে খেলাৰ সময়ত গম্ভীৰ মোৰ বিৰুদ্ধে সহজ হ’ব পৰা নাছিল। সেই শৃংখলাটোত অংশ লোৱা কিছু ক্ৰিকেটাৰে মোৰ ওখ শৰীৰৰ কাৰণে গম্ভীৰে মোৰ বল সহজে অনুমান কৰিব পৰা নাছিল বুলি কৈছিল’।

উক্ত শৃংখলাটোত আগবঢ়োৱা হতাশাজনক প্ৰদৰ্শনৰ বাবেই গম্ভীৰৰ বগা বলৰ কেৰিয়াৰ সমাপ্ত হৈছিল বুলি দাবী কৰে পাকিস্তানী বলাৰজনে। তদুপৰি ইৰফানে কয়, ‘গম্ভীৰে মোৰ মুখামুখি হ’ব বিচৰা নাছিল’।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd