• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2023 6:45 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল তেলেংগানাতহে কিছু সন্দেহ আছে। কিন্তু, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ বাবে ৰাহুল গান্ধী অত্যন্ত আত্মবিশ্বাসী। 

দেওবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে দাবী কৰিছে এই কথা। কৰ্ণাটকৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলে বিজয়ী সূত্ৰ পাইছে বুলি দাবী কৰিছে সাংসদগৰাকীয়ে। 

Apply Now

বিজেপিক কেনেকৈ পৰাস্ত কৰিব পাৰি সেয়া কৰ্ণাটকৰ পৰা শিকি সেই শিক্ষা ব্যৱহাৰ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়ী হ’বলৈ গৈ আছে বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে।

ৰাহুলে কয়, মই এতিয়াই ক’ব পাৰো, আমি মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থান জয় কৰিম। আমি জয়ৰ অতি ওচৰ চাপিছো। মই ভাবো আমি জয়ী হ’ম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am
গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

October 25, 2026 7:50 am
দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

ডুমডুমা বাইপাছত একাধিক বাহনৰ সংঘৰ্ষৰ ফলত ঘটা অগ্নিকাণ্ডত ৪ জন নিহত, ২জন আহত

October 25, 2026 8:44 am
গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

গোটেই জীৱন সন্তানৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে? কেতিয়াও নকৰিব এই ৫টা ভুল

October 25, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd