• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মই মোৰ নোবেল শান্তিৰ নোবেল বঁটা ট্ৰাম্পৰ সৈতে ভগাই ল’ব খোজো : মাৰিয়া ক’ৰিনা মাচাদো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 10:04 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাৰ সেনাবাহিনীয়ে আটক কৰাৰ কেইদিনমান পিছতে দেশখনৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মাচাদোৱে জনাইছে যে তেওঁ লাভ কৰা নোবেল শান্তি বঁটাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ভগাই ল’ব বিচাৰে।

উল্লেখ্য যে ২০২৫ চনৰ অক্টোবৰ মাহত যেতিয়া তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল তেতিয়াও তেওঁ একেই ইচ্ছা প্ৰকাশ কৰিছিল।

Apply Now

ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত মাচাদোৱে কয় যে তেওঁ ব্যক্তিগতভাৱে ট্ৰাম্পক ক’ব বিচাৰে যে ভেনিজুৱেলাৰ জনসাধাৰণে এই সন্মান তেওঁক দিব বিচাৰে। তেওঁৰ মতে ৩ জানুৱাৰীৰ দিনটো ইতিহাসত এটা মাইলৰ খুঁটি হৈ ৰ’ব কাৰণ এই দিনটোতে ন্যায়ৰ ওচৰত একনায়কত্ববাদৰ পৰাজয় ঘটিছে।

নোবেল বঁটা ঘোষণাৰ দিনা অৰ্থাৎ ১০ অক্টোবৰত ট্ৰাম্পৰ সৈতে কথা পাতিছিল বুলি মাচাদোৱে জানিবলৈ দিছে। আমেৰিকাৰ অভিযানে মাদুৰোক আটক কৰাৰ পাছত মাচাদোৱে স্বাধীনতাৰ সময় আহি পৰা বুলি ঘোষণা কৰিছিল। ইয়াৰ ফলত দীৰ্ঘদিন ধৰি দমন-পীড়নৰ মাজত থকা ভেনিজুৱেলাৰ মানুহৰ মাজত আশাৰ সঞ্চাৰ হৈছে। বৰ্তমান ডেলচি ৰড্ৰিগেজে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে।

যদিও মাচাদোৱে ভেনিজুৱেলাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা পাইছিল তথাপিও তেওঁ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ বাবে আৰু একনায়কত্ববাদৰ বিৰুদ্ধে চলাই যোৱা সংগ্ৰামৰ বাবে নোবেল কমিটিয়ে তেওঁক এই বঁটা প্ৰদান কৰিছে।

মাচাদোৱে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল যদিও তেওঁ মাদুৰোৰ বিৰুদ্ধে ট্ৰাম্পৰ সামৰিক অভিযানক মুকলিকৈ সমৰ্থন কৰি আহিছে। তেওঁ ছচিয়েল মিডিয়াৰ জৰিয়তে এই বঁটা ভেনিজুৱেলাৰ দুৰ্দশাগ্ৰস্ত জনসাধাৰণ আৰু তেওঁলোকক সমৰ্থন কৰা ট্ৰাম্পৰ নামত উছৰ্গা কৰিছে।

আনহাতে ড’নাল্ড ট্ৰাম্পে ডেলচি ৰড্ৰিগেজকহে অন্তৰ্ৱৰ্তীকালীন নেতা হিচাপে সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে। মাচাদোৰ বিষয়ে মন্তব্য কৰি ট্ৰাম্পে কৈছে যে তেওঁ এগৰাকী ভাল মহিলা হ’লেও দেশৰ ভিতৰত তেওঁৰ বিশেষ সমৰ্থন বা সন্মান নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd