• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তৰুণ গগৈৰ অধীনত কাম কৰিবলৈ পায় ভাগ্যবান : ড০ হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 23, 2020 8:49 pm

2 min read

তৰুণ গগৈৰ অধীনত কাম কৰিবলৈ পায় ভাগ্যবান : ড০ হিমন্ত বিশ্ব শৰ্মা

ফটো উৎস : ফেইচবুক

1.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তৰুণ গগৈৰ মৃত্যু অসমৰ সমাজ তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বহৎ ক্ষতি বুলি অভিহিত কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

অভিজ্ঞ ৰাজনীতিবিদ গৰাকীৰ মৃত্যুৰ বাতৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, ‘এগৰাকী অনন্য ভৱিষ্যদৰ্শী তথা প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী শ্ৰীযুত তৰুণ গগৈ স্বৰূপাৰ্থতেই আছিল জনতাৰ আপোন নেতা ৷ কৰ্মতেই অগ্ৰাধিকাৰ প্ৰদান কৰি দূৰন্ত গতিত আগুৱাই যোৱাত বিশ্বাসী গগৈ ডাঙৰীয়াই সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰিছিল’।

তেওঁ লগতে কয়, ‘এনে এগৰাকী ব্যক্তিৰ সৈতে এসময়ত কাম কৰাৰ সুযোগ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ ৷ গগৈদেৱে অসমক এক অন্ধকাৰ যুগৰ পৰা উলিয়াই আনি ১৫ বছৰীয়া নেতৃত্বকালত ৰাজ্যখনত উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল’৷

এইগৰাকী মহান নেতাৰ বিয়োগ অসমৰ বাবে বৃহৎ ক্ষতি আৰু তেওঁৰ অনুপস্থিতি পূৰণ কৰাটো কঠিন হ’ব বুলিও মন্ত্ৰী শৰ্মাই কয়।

ইয়াৰ উপৰি মন্ত্ৰী শৰ্মাই তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

A man of grand vision & extraordinary passion, Sri Tarun Gogoi was an intensely people’s man, focused on progress & enjoyed support of all . I was lucky to have worked under him. He rescued Assam from a period of darkness & led it for 15 yrs ensuring a new phase of development pic.twitter.com/Ans8UUgNFs

— Himanta Biswa Sarma (@himantabiswa) November 23, 2020

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd