DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লক্ষ্য চীন! ভাৰতীয় বায়ুসেনাই অসমলৈ আনিছে Chinook হেলিকপ্টাৰ

চাজিদ খান by চাজিদ খান
May 29, 2020 11:48 am
WhatsApp Image 2020-05-29 at 11.28.56 AM
14.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ুসেনা (আই এ এফ)ই নতুনকৈ অন্তৰ্ভুক্ত কৰা বোয়িং Chinook হেলিকপ্টাৰ অসমৰ মোহনবাৰী বিমানঘাটিলৈ অনা হৈছে।

সূত্ৰসমূহে কয় যে এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো ই ভাৰতীয় বায়ুসেনা বাহিনীক চীনৰ সীমান্তলৈ সেনা তথা যন্ত্ৰপাতি ক্ষিপ্ৰভাৱে কঢ়িওৱাত সহায় কৰিব।

এই হেলিকপ্টাৰ লগতে ছিকিম আৰু অৰুণাচলৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো নিয়োগ কৰিব বুলি আশা কৰা হৈছে।

অলপতে, ছিকিম সীমান্তত ভাৰত আৰু চীনৰ সোনা জোৱানৰ মাজত সংঘটিত হোৱা সংঘাতৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উক্ত অঞ্চলত দুয়ো পক্ষৰ সেনাৰ মাজত আক্ৰমণাত্মক স্থিতি উদ্ভৱ হোৱাৰ লগতে শিলাবৰ্ষণ তথা হতাহতিৰো সৃষ্টি হৈছিল।

এই Chinookহেলিকপ্টাৰে সীমান্তলৈ সেনাৰ দল প্ৰেৰণ কৰাৰ লগতে ক্ষিপ্ৰতাৰে অতিৰিক্ত বাহিনী মোতায়েন কৰা কামত সহায় কৰিব।

এই Chinookহেলিকপ্টাৰ লগতে কামানৰ দৰে অস্ত্ৰ সম্ভাৰ কঢ়িওৱাবলৈও সক্ষম।

এই হেলিকপ্টাৰ বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনে ভিতৰুৱা তথা কৌশলগত স্থানত পথ নিৰ্মাণৰ বাবে বিমানপৰিবাহী সামগ্ৰী কঢ়িয়াব বুলি আশা কৰা হৈছে।

Recent News

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd