• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশেষভাৱে সক্ষম লোকক অপমানৰ অভিযোগ; সমালোচনাৰ কেন্দ্ৰত এগৰাকী আই এ এছ বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2024 12:51 pm
আই এ এছ বিষয়া স্মিতা সভৰৱাল। ফটোঃ সংগ্ৰহীত।

আই এ এছ বিষয়া স্মিতা সভৰৱাল। ফটোঃ সংগ্ৰহীত।

500
VIEWS
Share on FacebookShare on Twitter

পূজা খেড়কাৰক লৈ চৰ্চা আজিও চলি আছে। ভুৱা নথি-পত্ৰ জমা দি নিজকে ‘বিশেষভাৱে সক্ষম’ বুলি প্ৰমাণ কৰি তেওঁ আই এছত যোগদান কৰাৰ অভিযোগ। ইউ পি এছ চিয়ে নিজেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

তাৰমাজতে আন এগৰাকীআই এ এছ বিষয়াই কাৰ্যতঃ ‘বিশেষভাৱে সক্ষম’সকলৰ বাবে সংৰক্ষণৰ বিৰোধিতা কৰিলে। ছ’চিয়েল মিডিয়াত তেওঁৰ এই পোষ্টটোক লৈ তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে।

তেলেংগানা বিত্ত আয়োগৰ সদস্য সচিব আই এ এছ বিষয়া স্মিতা সভৰৱালে ‘বিশেষভাৱে সক্ষম’ক লৈ বিতৰ্কিত পোষ্ট কৰে। তেওঁ লিখিছে, “বিশেষকৈ সক্ষম লোকসকলৰ প্ৰতি যথাযথ সন্মানৰ সৈতে কৈছো, আপুনি কেতিয়াবা বিমান সংস্থাই আপোনাৰ দৰে কোনোবা এজনক পাইলট হিচাপে নিযুক্তি দিয়া দেখিছেনে? অথবা অস্ত্ৰোপচাৰৰ আগতে বিশেষভাৱে সক্ষম কোনো অস্ত্ৰোপচাৰ বিশেষজ্ঞক বিশ্বাস কৰিবনে? তেনেহ’লে আই এ এছ, আই পি এছ বিষয়াৰ নিযুক্তিত এই সংৰক্ষণৰ যুক্তি কি? এই কামত শাৰীৰিক ক্ষমতাৰ প্ৰয়োজন কাৰণ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিব লাগে, বাহিৰলৈ ওলাই যাব লাগে।”

লগতে পঢ়কঃ চৰকাৰী কৰ্মচাৰীসকলে এতিয়া RSS কৰিব পাৰিব; ৫৮ বছৰ পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰই

বহুতে স্মিতাৰ এই পোষ্টটো শ্বেয়াৰ কৰি সমালোচনা কৰে। কোনো কোনোৱে কয় যে তেওঁ অহংকাৰী হৈ পৰিছে। একাংশৰ মতে এজন আই এ এছ বিষয়াৰ এনে আচৰণে সঁচাকৈয়ে আঘাত দিয়ে।

শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “এগৰাকী আই এ এছ বিষয়াই যেতিয়া এই ধৰণৰ মানসিকতা দেখুৱায় সেয়া সঁচাকৈয়ে বেদনাদায়ক। কিন্তু অতি আশ্চৰ্যজনক যে ইমান ডাঙৰ পদত থকাৰ পিছতো তেওঁলোকে  কিমান সৰু মনৰ পৰিচয় দিছে।‘’

As this debate is blowing up-

With all due respect to the Differently Abled. 🫡
Does an Airline hire a pilot with disability? Or would you trust a surgeon with a disability.

The nature of the #AIS ( IAS/IPS/IFoS) is field-work, long taxing hours, listening first hand to…

— Smita Sabharwal (@SmitaSabharwal) July 21, 2024

কিছুদিন পূৰ্বে স্মিতাইও প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়া পূজা খেড়কাৰৰ বিষয়টোৰ ওপৰত মুকলিকৈ কৈছিল। স্মিতাই কৈছিল যে ইউ পি এছ চিয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পিছতহে আই এ এছ-আই পি এছ বিষয়াসকলৰ ওপৰত মানুহৰ বিশ্বাস ঘূৰি আহিব। তেওঁ আশা কৰে যে ভৱিষ্যতে এই সমস্যা পুনৰ উদ্ভৱ নহ’ব। লগতে ভৱিষ্যতে নথি-পত্ৰ পৰীক্ষণত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বিতৰ্কৰ মাজত সোমাই পৰা স্মিতা সভৰৱালৰ জন্ম দাৰ্জিলিঙত। তেওঁ ২২ বছৰ বয়সত ইউ পি এছ চি ক্লিয়াৰ কৰি দেশৰ আটাইতকৈ কম বয়সীয়া মহিলা আই এ এছ বিষয়া হিচাপে পৰিগণিত হয়।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd