• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই চি চিৰ অভিনৱ উদ্যোগ, ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2021 1:16 pm
221
VIEWS
Share on FacebookShare on Twitter

আই চি চিয়ে প্ৰতি বছৰে টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত সৰ্বেশ্ৰেষ্ঠ ক্ৰিকেটাৰ বাচনি কৰি পুৰস্কৃত কৰি আহিছে।

ঠিক একেদৰে দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নামো ঘোষণা কৰি আহিছে।

কিন্তু এইবাৰ আন্তৰ্জাতিক ক্ৰিকেট সংস্থাই ফুটবলৰ দৰে এক নতুন উদ্যোগ আৰম্ভ কৰিছে। এতিয়াৰে পৰা আই চি চিয়ে প্ৰতি মাহতে শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিব।

অৱশ্যে টেষ্ট, এদিনীয়া বা টি-২০ ফৰ্মেটত বেলেগ বেলেগ কৈ নহয় তিনিওটা ফৰ্মেট মিলি মাহৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীক বাচনি কৰা হ’ব।

ইয়াৰ অৰ্থ হৈছে যিকোনো ফৰ্মেটত চমৎকাৰ প্ৰদৰ্শন আগবঢ়োৱা ক্ৰিকেটাৰে এই বঁটা লাভ কৰিব পাৰে।

এই ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰদৰ্শন এই বঁটাৰ বাবে বিবেচনা কৰা হ’ব।

মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অনুৰাগীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰাক্তন ক্ৰিকেটাৰ, প্ৰচাৰক আৰু সাংবাদিকসকলৰ মতামতো বিবেচনা কৰা হ’ব।

প্ৰতি মাহৰ দ্বিতীয় সোমবাৰে আই চি চিয়ে যোৱা মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিব।

২০২১ৰ জানুৱাৰি মাহৰ পৰা প্ৰযোজ্য হ’ব এই পুৰস্কাৰ। অৰ্থাৎ জানুৱাৰিৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীক ফেব্ৰুৱাৰিত পুৰস্কৃত কৰা হ’ব।

আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ দৌৰত আছে জ’ ৰুট, ষ্টিভ স্মিথৰ উপৰি ঋষভ পণ্ট, মহম্মদ ছিৰাজ, টি নটৰাজন, ৱাশ্বিংটন সুন্দৰ আৰু চাৰ্দুল ঠাকুৰৰ দৰে ক্ৰিকেটাৰ।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd