• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত ছয় ভাৰতীয়ঃ নেতৃত্বত ৰোহিত শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 3:55 pm
ICC ODI Team Of The Year Rohit Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিয়ে আজি ঘোষণা কৰে ২০২৩ বৰ্ষৰ এদিনীয়া দল। ঘোষিত এই দলটোত আইচিচিয়ে অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক।

ৰোহিত শৰ্মাৰ লগতে কোহলীসহ আন পাঁচগৰাকী ভাৰতীয় তাৰকায়ো স্থান লাভ কৰিছে দলটোত। লক্ষণীয়ভাৱে ঘোষিত দলটোত ভাৰতকে ধৰি মাত্ৰ চাৰিখন দেশৰ খেলুৱৈয়েই স্থান লাভ কৰিছে।

Apply Now

বিগত বৰ্ষত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ ফাইনেলিষ্ট- ভাৰত, অষ্ট্ৰেলিয়া আৰু ছেমি ফাইনেলিষ্ট নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে আইচিচিৰ এই বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত।

ভাৰতৰ ৰোহিত, কোহলীৰ লগতে যুৱ তাৰকা শুভমন গিল, দুই স্পীডষ্টাৰ মহম্মদ ছামি আৰু মহম্মদ চিৰাজ, স্পিনাৰ কুলদীপ যাদৱে এই দলত স্থান লাভ কৰিছে। ৰোহিত-গিলক অপেনিং যুটী হিচাপে নিৰ্বাচিত কৰা হৈছে।

বিগত বিশ্বকাপৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰোহিত শৰ্মাই ২০২৩ বৰ্ষত ৫২ গড়ে ১২৫৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ১৫৮৪ ৰাণ সংগ্ৰহেৰে গিল বৰ্ষটোত এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ জয়ৰ অন্যতম নায়ক ট্ৰেভিছ হেডক অন্তৰ্ভুক্ত কৰিছে আইচিচিয়ে। মিডল অৰ্ডাৰত আছে কোহলী, উইকেটৰক্ষক হেইনৰিখ ক্লাচেন আৰু দুই অলৰাউণ্ডাৰ ডেৰিল মিচেল আৰু মাৰ্কো জেন্সেন।

উল্লেখ্য যে কোহলী বিগত বৰ্ষৰ দ্বিতীয় সৰ্বাধিক ৰাণ (১৩৭৭) সংগ্ৰহকাৰী তথা এদিনীয়া বিশ্বকাপৰ সৰ্বাধিক ৰাণ সগ্ৰহকাৰী ৰূপে পৰিগণিত হৈছিল। তদুপৰি কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰমি এদিনীয়াত সৰ্বাধিক শতকৰ অধিকাৰী হৈছিল।

ইফালে মিচেলে পাঁচটা শতকসহ বৰ্ষটোত ৯ টা উইকেট দখল তথা ১২০৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বৰ্ষটোত দুৰন্ত প্ৰদৰ্শন আগবঢ়োৱা ক্লাছেনে ৫৫.৭৬ গড়ে তথা ১৪৭.৯৫ ষ্ট্ৰাইক ৰেটেৰে ৭২৫ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে জেন্সেনে ২০২৩ বৰ্ষত এদিনীয়াত ৩৩ টা উইকেট দখল কৰাৰ লগতে ১৭ টা ইনিংছত ৪০৬ ৰাণ সংগ্ৰহ কৰিছিল। ইফালে দলৰ বলিং আক্ৰমণত আছে ভাৰতীয় তাৰকাত্ৰয় ছামি, চিৰাজ, কুলদীপৰ লগতে অষ্ট্ৰেলিয়ান স্পিনাৰ আডাম জাম্পা।

গত বিশ্বকাপৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী জাম্পাই বছৰটোত ৩৮টা উইকেট দখল কৰে। একেদৰে এদিনীয়া বৰ্ষৰ সৰ্বাধিক আৰু দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে কুলদীপে ৪৯টা আৰু চিৰাজে ৪৪টা উইকেট দখল কৰিছিল।

দলটোৰ বলিং আক্ৰমণৰ প্ৰধান হোতা হিচাপে স্বাভাৱিকতেই দেখা গৈছে অভিজ্ঞ তাৰকা ছামিক। বৰ্ষটোত অনবদ্য ৰূপত জিলিকি উঠা ছামি বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱাৰ লগতে বৰ্ষৰ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰীও।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd