• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ice Age human footprints উটাহৰ মৰুভূমিত আৱিষ্কাৰ হিম যুগৰ মানৱৰ পদচিহ্ন, বিষ্মিত বিজ্ঞানী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 27, 2022 4:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিম যুগতো বিশ্বৰ প্ৰান্তে প্ৰান্তে মানুহে বাস কৰিছিল। হিম যুগত যেতিয়া পৃথিৱী খন বৰফেৰে আবৰি আছিল, তাপমাত্ৰা তেনেই কম আছিল, তেনে পৰিস্থিতিৰ মাজতো মানুহে বাস কৰিছিল। শেহতীয়াকৈ উটাহৰ মৰুভূমিত উদ্ধাৰ হৈছে হিম যুগৰ মানুহৰ পদচিহ্ন।

গৱেষক থমাছ আৰ্বানৰ নেতৃত্বতত মৰুভূমি খনৰ টেষ্টিং এণ্ড ট্ৰেইনিং ৰেঞ্জৰ (ইউটিটিআৰ) নিমখ প্লেটত হিম যুগৰ মানুহৰ পদচিহ্ন আৱিষ্কাৰ কৰা হৈছে।গৱেষকৰ দলটোৱে এটা পুৰাতাত্ত্বিক দলৰ সৈতে স্থানলৈ গৈছিল আৰু মৰুভূমিৰ মাজত কেতবোৰ আচৰিত চিহ্ন দেখিবলৈ পাইছিল।

Apply Now

আৰ্দ্ৰতাৰ পৰিস্থিতি সঠিক হ’লে হঠাতে দেখা পোৱা চিহ্নবোৰ হিম যুগৰ মুহৰ বুলি গৱেষকৰ দলটো নিশ্চিত হৈছিল। উটাহৰ হোৱাইট চেণ্ডচ নেচনেল পাৰ্কত অনুসন্ধান চলাই এনে হিম যুগৰ মানুহৰ পদচিহ্ন উদ্ধাৰ কৰা হৈছে।এনে পদচিহ্নক আমেৰিকাৰ আটাইতকৈ পুৰণি জ্ঞাত মানৱৰ পদচিহ্ন।বুলি কোৱা হৈছে। গৱেষকসকলে পিছদিনা সেই স্থানলৈ ঘূৰি আহিছিল আৰু প্ৰিণ্টবোৰৰ বিষয়ে তথ্য নথিভুক্ত কৰা আৰম্ভ কৰিছিল।

হোৱাইট চেণ্ডছত ইমেজিং ফুটপ্ৰিন্টৰ বাবে ৰাডাৰকে ধৰি ভূ-ভৌতিক পদ্ধতিৰ প্ৰয়োগ পকৰা হৈছিল। এনেদৰেই গৱেষকৰ দলটোৱে সেই পদচিহ্ন সমূহ দ্ৰুততাৰে চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।

গৱেষকৰ দলটোৱে প্ৰাপ্তবয়স্ক আৰু শিশু দুয়োকে ধৰি ৮৮ টা পদচিহ্নকৰিবলৈ সক্ষম হৈছে। আগৰাকী গৱেষক ডিউকৰ মতে এওই পজচিহ্নসমূহ সম্ভৱতঃ ১২,০০০ বছৰতকৈও অধিক পুৰণি।

উল্লেখ্য হিম যুগ মানে কেৱল ভয়ানক শীতৰ দিনেই নাছিল। সেই সময়ত পৃথিৱীত শীত আৰু গ্ৰীষ্ম আদি দুয়োটা পৰিবেশেই আছিল। সেয়ে মানুহে তেনে পৰিবেশৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰিছিল। । হিম যুগৰ শীত কালক ষ্টাডায়েল আৰু গ্ৰীষ্ম কালক ইন্টাৰ-ষ্টাডায়েল বুলি কোৱা হৈছিল।সেই সময়ত পৃথিৱীত আন প্ৰাণীয়েও বাস কৰিছিল বুলি বিজ্ঞানীসকলে প্ৰমাণ পাইছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd