• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপুনি যদি এই দুৰ্গম দ্বীপত ঘৰ সাজে তেন্তে চৰকাৰে দিব ৭৫ লাখ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2023 4:04 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসংখ্যা বাঢ়ি অহাৰ লগে লগে সকলোতে কোলাহলপূৰ্ণ পৰিৱেশ বাঢ়ি আহিছে। কেৱল সেয়াই নহয়, নগৰ অঞ্চলত সেউজীয়া পৰিৱেশ বিচাৰি পোৱাটোৱেই কঠিন হৈ পৰিছে। যাৰ বাবে বহুতে চহৰৰ কোলাহল আৰু বিশৃংখলতাৰ পৰা আঁতৰি নিৰ্জন ঠাইত থাকিবলৈ পছন্দ কৰে। গতিকে, যদি আপুনি কোনো দূৰৈৰ নিৰ্জন দ্বীপত থাকিবলৈ সুযোগ পায় আৰু তাৰ বাবে আপোনাক দৰমহাও প্ৰদান কৰা হয় তেন্তে আপোনাৰ সিদ্ধান্ত কি হ’ব?

অবিশ্বাস্য যেন লাগিলেও আজি এই প্ৰতিবেদনত আমি আপোনালোকক এটা সোণালী সুযোগ উপস্থাপন কৰিবলৈ ওলাইছো। এই সন্দৰ্ভত পোৱা তথ্য অনুসৰি, এইবাৰ আয়াৰলেণ্ডে এনে এক সুযোগ আগবঢ়াইছে য’ত আপুনি এটা দ্বীপত থাকিব পাৰিব আৰু তাৰ বাবে আপোনাকো দৰমহা দিয়া হ’ব।

Apply Now

আয়াৰলেণ্ডৰ নতুন আঁচনিৰ অধীনত দেশখনে সাগৰৰ পাৰৰ কোনো এটা দ্বীপলৈ স্থানান্তৰিত হোৱা লোকসকলৰ বাবে অনুদান আগবঢ়াব। এই প্ৰকল্পটো “আমাৰ জীৱিত দ্বীপপুঞ্জ” নামৰ আঁচনিৰ অংশ। যিয়ে সেই দ্বীপসমূহত বাসিন্দাৰ সংখ্যা বৃদ্ধি কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

ইফালে আইৰিছ চৰকাৰৰ এক বিবৃতি অনুসৰি এই প্ৰকল্পৰ লক্ষ্য হৈছে ভৱিষ্যতে দ্বীপসমূহত যাতে বাস কৰিব পৰা যায় আৰু উন্নয়ন কৰিব পৰা যায়। ইতিমধ্যে আয়াৰলেণ্ডে শেহতীয়াকৈ দেশখনৰ ৩০টা দূৰৱৰ্তী অফশ্ব’ৰ দ্বীপৰ যিকোনো এটাত বসতি স্থাপন কৰা লোকসকলৰ বাবে ৮৪ হাজাৰ ইউৰো পৰ্যন্ত বা প্ৰায় ৯০ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৫ লাখ টকা) অনুদান দিয়াৰ কথা ঘোষণা কৰিছে।

ইয়াৰ উপৰিও জানিব পৰা গৈছে যে দ্বীপসমূহ কোনো দলঙেৰে সংযোগ কৰা হোৱা নাই। জনা যায় যে গোটেই বছৰটো তাত প্ৰায় তিনি হাজাৰ লোকে বাস কৰে। 

মন কৰিবলগীয়া যে আয়াৰলেণ্ডত থাকিবলৈ আৰু কাম কৰিবলৈ ভিছা নথকা লোকসকলে এই সুবিধা লাভ কৰিবনে নাই সেয়া এতিয়ালৈকে স্পষ্টকৈ কোৱা নাই আয়াৰলেণ্ড চৰকাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd