• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“ন্যায়ালয়লৈ কোন যায়? ন্যায়ালয়লৈ গৈ আপুনি অনুশোচিত হ’ব।”- ৰঞ্জন গগৈৰ বক্তব্যৰ পাছতে দেশজুৰি চৰ্চা

এনআৰচি কাৰ্যকৰী কৰাৰ সম্পৰ্কেও ভাষ্যপ্রদান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 7:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়া টুডে গ্ৰুপৰ এটা অনুষ্ঠানত উচ্চতম  ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ  তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি চৰ্চা লাভ কৰিছে।

ৰাজ্যসভা মনোনয়ন, অযোধ্যাৰ ৰামমন্দিৰ-বাবৰী মচজিদৰ ৰায়প্ৰদান আৰু ৰাফালে চুক্তি সম্পৰ্কে গগৈক বিভিন্ন প্ৰশ্ন সোধা হয়।

Apply Now

ৰাজ্যসভাৰ মনোনয়নৰ স’তে মোদী চৰকাৰৰ সপক্ষত প্ৰদান কৰা ৰায়সমূহৰ স’তে সম্পৰ্ক আছে নেকি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যদি তেওঁ কিবা পোৱাৰ আশাত এইসমূহ কৰিছিল, তেন্তে মাত্ৰ এটা ৰাজ্যসভাৰ চিট বিচাৰিব নে?

“ৰাজ্যসভা এটা ভাল চৰ্ত হ’ব নোৱাৰে।” তেওঁ কয়। “যদি এটা চৰ্ত থাকিলেহেঁতেন, তেনেহ’লে ইয়াতকৈ এটা বৃহৎ চৰ্ত হ’লহেঁতেন, ৰাজ্যসভাৰ চিটটো নহয়।’’

ভাৰতৰ ন্যায়প্ৰদানৰ ব্যৱস্থা সম্পৰ্কত তেওঁ তীক্ষ্ণভাৱে কয় যিসময়ত দেশখনৰ অৰ্থনীতিয়ে ফাইভ ত্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰি বিশ্বত স্থান দখল কৰিছে, সেইসময়তে দেশৰ  ন্যায়পালিকা “ভগ্নপ্ৰায়’’ (ramshackled)হৈ পৰিছে।

নিজৰ ওপৰত আৰোপিত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত তেওঁ কয় যে ইয়াৰ বাবে তেওঁ ন্যায়ালয়ৰ ওপৰত ভৰসা নকৰে। তেওঁ কয়- “ন্যায়ালয়লে কোন যায়? আপুনি ন্যায়ালয় গৈ অনুশোচিত হ’ব।”

এইক্ষেত্ৰত তেওঁ আৰু ইংগিত দিয়ে যে ন্যায়পালিকা ভগ্নপ্ৰায় হোৱাৰ মূলতে হ’ল ন্যায়ালয়ত কৰ্পোৰেট ব্যৱসায়ী আৰু চহকী লোকসকলে সুবিচাৰ লাভৰ ক্ষেত্ৰত অধিক প্ৰাধান্য লাভ কৰে।

জাষ্টিছ এম.আৰ. শ্বাহে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজহুৱাকৈ দেশৰ হিৰো আৰু মডেল হিচাপে মুকলি প্ৰশংসা কৰাক লৈ গগৈয়ে কয় যে জাষ্টিছ শ্বাহে এজন বিচাৰপালক হিচাপে এই বক্তব্য ৰাজহুৱাভাৱে প্ৰদান কৰা অনুচিত।

অসমৰ এনআৰচি সম্পৰ্কত তেওঁ এনআৰচি তালিকাখন কাৰ্যকৰী কৰাত গুৰুত্ব দি তেওঁ কয় যে ই ভৱিষ্যতৰ বাবে এখনি দলিল আৰু ইয়াক বিশ্লেষণ কৰাটো জৰুৰী।

ন্যায়পালিকাৰ ওপৰত মিডিয়াৰ হস্তক্ষেপৰ বিষয়ে গগৈয়ে গুৰুত্ব আৰোপ কৰি কয় যে ই বিচাৰকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভাবুকি।

তেওঁ  আৰু কয় যে বিচাৰক বৃত্তিটো আৱেগৰ স’তে জড়িত আৰু ইয়াৰ কোনো নিৰ্ধাৰিত কৰ্মসময় সময় নাই। ৰাতি দুই বজাটো এজন বিচাৰকে কাম কৰে।

শেহতীয়া কৃষক বিক্ষোভ আৰু কা-বিৰোধী আন্দোলন সম্পৰ্কে তেওঁক সোধা প্ৰশ্নৰ উত্তৰত কয় যে এইক্ষেত্ৰত ৰাজনৈতিক-আইনী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু ন্যায়ালয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰা উচিত।

ভাৰতীয় ন্যায়পালিকাৰ বিষয়ে কৰা গগৈৰ এই বক্তব্যৰ পাছতে দেওবাৰে এনচিপিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰে পুনেত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদি গগৈয়ে সত্যক উন্মোচিত কৰিছে, তেনেহ’লে এয়া সকলোৰে বাবে উদ্বেগজনক বিষয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd